INNOCENT . on Clubhouse

Updated: Dec 13, 2023
INNOCENT . Clubhouse
679 Followers
566 Following
@nkowjuwa Username

Bio

▪️আপোনাৰ দিনটোৰ অৱসাদ আঁতৰাবলৈ যদি কোনোবাই এখন বুকু আপোনালৈ উমাল কৰি ৰাখিছে তেন্তে আপুনি সুখী মানুহৰ শ্ৰেণীত।
কথা শুনিবলৈ মানুহ লাগে, কথা শুনাবলৈ মানুহ লাগে। কিন্তু তাতোতকৈ বেছি জৰুৰী, ছাঁ দিয়া মানুহ, মৰমৰ ছাঁ। ফ'ট' চিনথ্ৰিচছ'ৰ ব্যাকৰণ পাহৰি এই ছাঁতে এজাপ গোলাপৰ তীব্ৰ বাসনা জাগে! বাসনা জাগে ৰঙা হোৱাৰ।
আৰু এইকণ ছাঁৰ আপাহতে বৰ্তমান সময়ত কিমান মানুহ ফেন্টাছী। কিমানৰ বাবে হুইস্কী - ভ' ডকাৰ ষাঠি এম. এলত এই ছাঁৰ ইলিউশ্যন।
তথাপিও, সুখী হোৱাৰ স্বাৰ্থ আগত ৰাখি আমি নিঃসংকোচে ক' বলৈ ভালপাওঁ, ভালে আছো মই তুমি অবিহনে........... ।

◾যাযাবৰ

BGMI🔥

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 13, 2023 679 -15 -2.2%

Member of

More Clubhouse users