Nita Sonowal on Clubhouse

Updated: Jun 1, 2024
Nita Sonowal Clubhouse
32 Followers
17 Following
@nitasonowal Username

Bio

তুমি মানেই
-----------------------
পাহৰিব নোৱাৰা এফাকি কবিতা
তুমি মানেই এটি কাহিনী।।


ঐ
শুনা না.........
তুমি কোন মই নাজানিছিলোঁ
অচিন দেশৰ পখিলা আছিলা তুমি,
কেনেকৈ মোৰ হৃদয়ৰ মাজত সোমালা
তাকো নাজানোঁ,
তোমাৰ সেই চকুৰ চাৱনি
সেই মিছিকিয়া হাঁহিটি
সচাই ও
বেয়াকৈ প্ৰেমত পৰি গৈছোঁ।
কিন্তু তোমাক দেখাৰ পৰা
এনে লাগিছে যেন.....

আৰে, কি কৈ আছোঁ এইবোৰ.....

পঢ়িব পৰা হ'লে তোমাৰ দুচকুৰ ভাষা..
ক'ম ক'ম বুলি ভবা কথাবোৰ..
জানো ৰৈ গ'লহেতেন?❤️❤️



Love you maa🌏😘

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
June 01, 2024 32 +5 +18.6%

Member of

More Clubhouse users