Nibir Ranjan Mohan on Clubhouse

Updated: Oct 20, 2023
Nibir Ranjan Mohan Clubhouse
357 Followers
364 Following
@nibirranjan Username

Bio

সময়

সময় সলনি হয়
তাৰ লগে লগে সলনি হয়
মানুহৰ মনবোৰও !!
কোনোৱে স্বাৰ্থৰ বাবে উভতি চাই,
কোনোৱে আকৌ স্বাৰ্থৰ বাবে
দূৰলৈ আতৰি যায় !!
কোনোৱে অতীতক পাহৰি
নতুনক আদৰে ,
কোনোৱে আকৌ অতীতৰ কথাকে সুঁৱৰি
দূপৰ নিশা নিজানত চকুলো টুকে !
আৰু যেতিয়া অতীতৰ স্মৃতিবোৰে আহি
বাৰে বাৰে মনৰ দুৱাৰত টুকুৰিয়াই
সঁচা মিছা মাজেৰে সুখী হোৱাৰ অভিনয়ৰে,
জীৱনতো অতিবাহিত কৰিব লগা হয়
য'ত নেকি দুখত থাকিও,
সুখী হোৱাৰ অভিনয় কৰি যাব লগা হয়

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 20, 2023 357 -11 -3.0%
November 03, 2022 368 -6 -1.7%
August 27, 2022 374 -5 -1.4%
July 21, 2022 379 -1 -0.3%
June 14, 2022 380 -9 -2.4%
May 08, 2022 389 +1 +0.3%
March 31, 2022 388 -10 -2.6%
February 01, 2022 398 -5 -1.3%
December 25, 2021 403 +74 +22.5%

Charts

Member of

More Clubhouse users