🇭‌🇾‌🇵‌🇪‌🇷‌ on Clubhouse

Updated: Jul 7, 2023
🇭‌🇾‌🇵‌🇪‌🇷‌ Clubhouse
109 Followers
146 Following
@nagaon_lora_moi Username

Bio

পোহৰৰ সন্ধান বিচাৰি মৰীচিকাৰ পিছে পিছে মই নামৰ অদ্ভূত প্ৰাণীটো😎
👤মোৰ মনৰ মাজত লুকাই আছে এখন নগৰ
য'ত ক্ষণে ক্ষণে বিধ্বস্ত হয় শান্তি
তথাপিও চলি থাকে জীৱনৰ বাটৰ নাট-
ব্যস্ততাৰ কোলাতে জিৰাই

✌️ক'লা ৰং ভাল পাওঁ বাবেই
জীৱনতো শনি লাগি আছে 😌😑

🔥নগঞা ডেকা🔥🌡️
👉Made in অসম ✊

আহিবা এদিন...
চাই যাবাহি অভাৱেই আৱৰি ৰখা ঘৰখন..😊
যদি মৰমবোৰ অব্যাহত থাকে...❤️
তেন্তে আহিবা..
ভাল পাওঁ বুলি কবলৈ....😌❤️

🔞 মোৰ বুকু খন ঠিক সেই শ্মশানবোৰৰ দৰে ;
ভিতৰত কি চলি থাকে কোনেওঁ নাজানে 🥱
❤️ Empty heart যেনেকৈ চেনীতাইজাৰত চেনি নাই তেনেকৈ মোৰ হৃদয়ত কোনো নাই🌡️
religion - Islam
I respect all religions
Because I'm a Muslim
My religion has not taught me to condemn other religions.
There is no religion but humanity🤲🙏🕯️

Member of

More Clubhouse users