স্বাধীনতা... লিখিব নোৱাৰিলো তোমাৰ নাম মোৰ স্কুলৰ ডেক্সত মোৰ নোট বহীত | স্বাধীনতাকামী প্ৰতিজন বিপ্লৱীলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম | "হীৰকজ্যোতি এটুকুৰা হীৰা থৈ দিলে পোহৰ চেলেকীলেই মৃত্যু"