তোমাৰ অপেক্ষাত।।।।
অপেক্ষা কৰিছো তোমাৰ বাবে , এদিন তুমি আহিবা মোৰ সাধাৰণ জীৱনলে , মোৰ অসাধাৰণ সপোনবোৰ বাস্তৱ কৰিবলে , তুমি আহিবা মোৰ বাবে স্বাৰ্থহীন আৰু সীমাহীন মৰম ভালপোৱা লৈ মোৰ জীৱনলে । মাথো তোমাৰ নি:স্বাৰ্থ মৰম পোৱাৰ আশাত ৰৈ আছো মই তোমাৰ বাবে,,,,,,,