*:・゚.✧:・゚.✧ *:・.
┊ ┊ ┊ ┊
┊ ┊ ┊ ❀
┊ ┊ ✧
┊ ❀
MINE:=৺তুমি °মোৰ° কইনা৺
⠀🌹দুখন হৃদয়ৰ মাজত মৰম আৰু আন্তৰিকতা থাকিলে দূৰত্বৰ কোনো কথা নাই🌹।🥳 মই তোমাক নিজৰ🌹 কৰিবৰ বাবে যিমান পাগল হয়টো কোনোবা পাগলো ইমান পাগল নহয়😇। সকলো বন্ধুত্বই প্ৰেম নহয় কিন্তু প্ৰেমৰ আৰম্ভণি🌹 বন্ধুত্বৰ পৰাই হয়🥰। আমাৰ মাজত যিমানেই ব্যৱধান নাবাঢ়ক কিয়,🌟 আমি দুয়ো সদায় একেখন আকাশৰ তলত❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
😍😘🌹তোমাৰ বাবে🌹😚😍
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️