̶P̶u̶w̶a̶l̶i ̶V̶o̶n̶t̶i on Clubhouse

Updated: Aug 4, 2023
̶P̶u̶w̶a̶l̶i ̶V̶o̶n̶t̶i Clubhouse
182 Followers
160 Following
@moitumardeha Username

Bio

Listening to: *add text here*
01:43 ━━━━●───── 03:50
⇆ㅤ ㅤ◁ㅤ ❚❚ ㅤ▷ ㅤㅤ↻
ılıılıılıılıılıılı
ᴠᴏʟᴜᴍᴇ : ▮▮▮▮▮▮▮▮▮▮



মৰম
--------

মৰমৰ কাৰণে কোনো সম্পৰ্কৰ প্রয়োজন নাই ,
মৰম লাগি যায় |
কিছুমান অচিনাকী মানুহকো মৰম লাগে ,
এই যে বাটত সদায় লগ পোৱা মানহজনে হাঁহিৰে সম্ভাষণ জনায়,
মৰম লাগি যায় |
কলেজৰ গেটত যেতিয়া বহুত সময় ধৰি বন্ধু /বান্ধৱী ৰৈ থাকে,
"বহুত সোনকালে আহিলি আকৌ "বুলি কয়,
মৰম লাগি যায় |
কিবা কাৰণত দুদিন কলেজ নগলেই যেতিয়া মেম য়ে,লগৰ বোৰে ফোন কৰি সুধে /খবৰ লয়' কিয় নাই অহা বুলি '
মৰম লাগি যায় |
কলেজৰ চকিদাৰ বৰতাজনে যেতিয়া কয় 'আজি আমলখি বহুত পালো, খাবি নিকি '---এটা এ দিয়ক বা দুটা এ হাত কিন্তু দুইখনে আগবঢাই দিও ,
কিবা মৰম লাগি যায় |
এই সৰু সৰু মৰমবোৰ গুটাই ফুৰো,
যিমান পাৰো সাচি ৰাখো বুকুৰ মাজত ,
এই আকুলতাবোৰ, আন্তৰিকতাবোৰ, মৰমবোৰ যেন কেতিয়াও শেষ হবলৈকে নিদিম,
আকোৱালি লম সমস্ত হেঁপাহেৰে |🥺❤


.
.
থাকি যায় কিছুমান মানুহ হৃদয়ত নিগাজিকৈ,
যি স্থান কাকো দিব পৰা নায়ায় |
হৃদয়ৰ কোণত আলফুলকৈ, অতি সজতনে ৰৈ যায় |

তেওঁৰ সতে কটোৱা সময়
what's App ৰ chat list ৰ কথাবোৰ,
সপোনবোৰ ৰৈ যায় মাথো স্মৃতি হৈ |
হৃদয়ত অগণন অহা যোৱা তেওঁৰ কিন্তু
বাস্তৱত যেন অচিনাকিয়ে হৈ থাকক তেওঁ |
এতিয়া মাত্র এটায়ে আশা
ভালে ৰাখক গোপালে তেওঁক,
দিয়ক সমস্ত পৃথিৱীৰ সুখ শান্তি,
কেৱল
নাহক কেতিয়াও জীৱনলৈ
তেখেতৰ মুখামুখী হোৱাৰ দিন 🥀

.
.
.
.
.
.
.
ব্যক্তিগত বুলি মানুহৰ এটা জীৱন থাকিব লাগে ।।।
অনবৰতে আনৰ হাতৰ পুতলা হৈ থাকি বেয়া পোৱা জনীয়েই মই ।।।
কিছুমান জীৱনৰ সিদ্ধান্ত লব পৰাকৈ ডাঙৰ হলো ভাল বেয়া যি নহওক দুখ সুখ হাহি কাজিয়া সকলোতে থাকে..... সংসাৰ এখন পাতিব জানিলো যেতিয়া কি ভাল, কি বেয়া নিজৰ অভিজ্ঞতা পৰা অলপ হলেও জানো তাতে বেছি জ্ঞানী ওলাই দুজনৰ মতক আওকাণ কৰি তিনি নম্বৰ জনে মাজত সোমালে সকলোতে আউল লাগে সম্পৰ্ক মাজতেই হওক মনৰ মাজতেই হওক ☺️♡

Member of

More Clubhouse users