🇸iͥleͣnͫt boy★࿐ on Clubhouse

Updated: Jul 17, 2023
🇸iͥleͣnͫt boy★࿐ Clubhouse
284 Followers
217 Following
@moina_00 Username

Bio

➡ Welcome To My Profile😍
༺♥️My Life My Rules♥༻

❤MINE🌍:- MUSIC🎶🎵🎧💫

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
👉 Mahadev Ka Bhakt 🙏
🏡 🖤From Assam (Dhemaji)🖤
😌 work :- PVC Pipe company from, Kerala.
👑Full Harami👑
🔥Crazy Mind👻
😎I love My Attitude😎
↪️ Happy always😍
★✌★》Attitide Depends On You✔️
↪️ Music Addict🎶🎧
🧏 Simple Sa Boy🥰
😭1st Cry in my life 17 Sep (1999)🎂
_______&&&&&&&&&_______

নিঃসঙ্গতা
___________________

সেউজীয়াৰ পাৰত
হেঙুলীয়াবোৰ বুটলি থাকোতে
তুমিয়েইতো আকোঁৱালি লৈছিলা
হিয়া শাঁত পৰা
তোমাৰ কোমল আন্তৰিকতাৰে,
এদিন তুমিয়ে কৈছিলা
জোনাকত উমলি থকাই নহয় জীৱন
এইবোৰ ক্ষন্তেকীয়া
ফুটচাইৰ দৰে,
দূখবোৰ আহিলে বহিব দিয়া
কলিজাতে আসন পাতি
আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি
আমাৰ বাবে অন্যতম এয়া,
কিন্তূ এতিয়া যেন .....
নিসংগতা আৰু মৃত্যু একেই
নিৰব কৰি তুলিছে ই
মোৰ সকলো চেতনা …….. ।
_____________________________
💔╣[ অকলশৰীয়া তেওঁ নহয়, যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা-দেউতা নাই 😓😓]╠💔
💔╣[ নিজেই নিজৰ প্ৰসংশা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক,ত ফুলিছে ]╠💔
💔╣[ নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ সেয়ে নিজক ভালে ৰখাটো অত্যন্ত জৰুৰী ]╠💔
💔╣[ If you can't stop thinking about it, don't stop working for it.]╠💔
💔╣[ The more things you do, the more
you can do.]╠💔

💔╣[ Always put yourself in the other's shoes. If you feel that it
hurts you, it probably hurts the person too..]╠💔
_______________________________________________L

Member of

More Clubhouse users