Bejiya $ on Clubhouse

Updated: Apr 17, 2024
Bejiya $ Clubhouse
3.8k Followers
2.1k Following
@miss_deha Username

Bio

পৃথিৱীলৈ অকলে আহিছোঁ আৰু সদায় অকলে আছোঁ আৰু সদায় অকলে থাকিম🙏🙏🥺



📍Jorhatian🫂🥂


জীৱনত সদায় হাঁহি থাকক
কি ঠিক পাছত আৰু এনেদৰে
হাঁহি-ধেমালি কৰিব পাব বা নাপায়🖤

LOVE YOU MAA❤️ PAPA ❤️

এবাৰ মাথোঁ মোৰ
মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,
তুমি আৰু তোমাৰ নামেই পাবা।🖤



কিছুমান মূহুৰ্ত থাকে জীৱনত, যিবোৰ মনত পৰিলে আমি যিমানেই হাঁহি, ধেমালি,নাথাকো কিয় লগে লগে মৌন হৈ যাও।।


আধা লিখা এখন কলিজাত তুমি আহি লিখি দিলা উৰে জীৱন থাকিম বুলি 🥰

দুখবোৰ লিখি ৰাখো কাৰণ শুনিবলৈ যে কোনো নাই😩😢


যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব!!

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
April 17, 2024 3,892 +531 +15.8%
February 01, 2024 3,361 +84 +2.6%
January 15, 2024 3,277 +60 +1.9%
December 30, 2023 3,217 +74 +2.4%
December 15, 2023 3,143 +141 +4.7%
November 30, 2023 3,002 +193 +6.9%
November 16, 2023 2,809 +67 +2.5%
November 06, 2023 2,742 +15 +0.6%
October 27, 2023 2,727 +25 +1.0%
October 19, 2023 2,702 +17 +0.7%

Charts

More Clubhouse users