Nikha gogoi on Clubhouse

Updated: May 17, 2024
Nikha gogoi Clubhouse
1.1k Followers
891 Following
@mind25 Username

Bio

হৃদয়ত বিয়পি থকা তোমাৰ অনুভৱ বোৰ,
আজি মোৰ ওঁঠৰ কবিতা হয়।
ভাল পাওঁ তোমাক ইমান বেছি,
দুচকুত মাথোঁ তোমাৰ ছবি জিলিকি ৰয়।

জোনাক সিচি সিচি ৰাতিৰ আকাশত,
প্ৰেমৰ দীঘলীয়া যাত্ৰা আৰম্ভ হয়,
কবিতাৰ শব্দ বোৰে বুজাই দিয়ে জীৱনৰ অৰ্থ,
বুকুৰ মাজত হেপাহে ঘৰ সাজি লয়।

সপোনবোৰ জানো কেতিয়া দিথক হয়??
উচপিচনিত মনৰ কোঠালি ও ভাগৰুৱা হয়,
হৃদয়ৰ দাইৰি ত লিখি থওঁ সকলো কথা
দুচকু মাথোঁ তোমালৈ বাত চাই ৰয়।
❤️😘

More Clubhouse users