𝄟⃝❥অনুৰাগিণী࿐ ♡✿♡ on Clubhouse

Updated: Jan 13, 2024
𝄟⃝❥অনুৰাগিণী࿐ ♡✿♡ Clubhouse
437 Followers
374 Following
@mimu11 Username

Bio

❤️স্বাগতম সকলোকে❤️

❤️ ............................................❤️
সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ অলপ হলেও সময় উলিয়াই লওক
নহলে,
সময় যেতিয়া আপোনাৰ হাতত থাকিব
তেতিয়ালৈ কিজানি সম্বন্ধবোৰ নিঃশেষ হৈ যাব ।
🥲💔........................................💔🥲

❤️..............................................❤️
৫ বছৰ Relationship ত থকাটো ডাঙৰ কথা নহয় ।
আচল কথাটো হল , দিনটোৰ ৫ মিনিট সময় উলিয়াই
প্ৰিয়জনৰ খবৰ লোৱাটোহে ।
কথা পাতিবলৈ Topic নহয় , ইচ্ছা থাকিব লাগে ।
সম্পৰ্ক এটাত কেৱল বিশ্বাসেই যথেষ্ট নহয় ,
বুজা বুজিও সমানে গুৰুত্বপূৰ্ণ 🥲
❤️.............................................❤️

🌧️.............................................🌧️
তুমি আহিবা বুলিয়েই আকাশ
ডাৱৰীয়া বৃষ্টি অহা নাই নামি ,
তুমি আহিবা বুলিয়েই কৃষ্ণচূড়াৰ ফুলবোৰ
এতিয়াও যোৱা নাই সৰি ।।🥲
🥀.............................................🥀

✨............................................✨
নিশাবোৰ মোৰ খুবেই প্ৰিয় ,
কাৰণ , আন্ধাৰ অবিহনে তৰাবোৰ যে দেখাই নহয় ।
🦋.............................................🦋
💔.............................................💔

ভালে আছো মই
🦋------------------------------🦋
ভালে আছো মই !!
হোৱাটচ্‌এপত ষ্টেটাচৰ পাছত ষ্টেটাচ দিছো ।
বাৰে বাৰে ষ্টেটাচৰ
Seen member চেক কৰিছো ।।
দুখবোৰক বুকুত সাঁচি
সুখবোৰক দলিয়াই দিছো ।
কিজানি মোৰ সুখ দেখি তোমাৰ বুকু জ্বলে ।
ফ্ৰেণ্ডচিপ ডে' ৰ নামত ষ্টেটাচ দিছো
বাৰে বাৰে অপেক্ষা কৰিছো
তোমাৰ ৰিপ্লাইৰ বাবে ।
ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছো ।
ৰৈ আছো এটা লাইক
আৰু এটা কমেণ্টৰ অপেক্ষাত।।
ৰাতি বাৰ বজালৈকে ইউটিউব চাইছোঁ
আৰু শুই গৈছো ।।
অপেক্ষা মাথোঁ তোমাৰ
অপেক্ষা মাথোঁ তোমাৰ এটা মেছেজৰ !!!
😔.............................................😔

💫...................💫.....................💫
সন্ধিয়াৰ ঘন নীলা আকাশ ,
তাতে আছে হাজাৰ সপোনৰ কেনভাচ ,
তথাপি কেৱল তোমাৰে প্ৰতিচ্ছবি
সকলো সপোনত ।।
হৃদয়ত তোমাৰ বাবে ধৰি ৰাখিছো
এখন মুক্ত আকাশ ,
তোমাৰ আৰু মোৰ সপোনবোৰ ।
✨....................✨....................✨

❤️..............................................❤️
নিসংগতাখিনিৰ সৈতে অকলশৰেই সুখী মই
মোক কাৰোবাৰ খন্তেকীয়া সান্তনা অথবা সহানুভূতিৰ প্ৰয়োজন নাই ।
🙏 .............................................🙏

━━━━┳╮ ╭╮
┃╭╮╭╮┃┃ ┃┃
╰╯┃┃╰┫╰━┳━━┳━╮┃┃ ╭╮╭╮ ╭┳━━┳╮╭╮
┃┃ ┃╭╮┃╭╮┃╭╮┫╰╯╯┃┃ ┃┃╭╮┃┃┃┃
┃┃ ┃┃┃┃╭╮┃┃┃┃╭╮╮┃╰━╯┃╰╯┃╰╯┃
╰╯ ╰╯╰┻╯╰┻╯╰┻╯╰╯╰━╮╭┻━━┻━━╯
╭━╯┃
╰━━╯

Song addicted 🥺❤️

Member of

More Clubhouse users