ŔØÝÄŁ ĶİŁŁĒŘ on Clubhouse

Updated: Nov 29, 2023
ŔØÝÄŁ ĶİŁŁĒŘ Clubhouse
242 Followers
303 Following
@mh0352 Username

Bio

☞𝙼𝙸𝙽=💔🖤ß𝓻𝓸𝓴𝓮𝓷 𝓗𝓮𝓪𝓻𝓽💔
▶ ●────────亗

*যিবোৰ মানুহ most of the time হাঁহি স্ফূতিত থাকে,*
*তেওঁলোকক চাই jealous feel নকৰিবা 🙂🥀।*
*যদি পাৰা তেওঁলোকৰ কাহিনীটো এবাৰ শুনি চাবা,*
*i'm sure তোমাৰ চকুত পানী আহি যাব🥲♥️🥀🤏*

চকুপানীৰ কোনো অভিভাৱক নাই,ই সুখ আৰু দুখ দোয়োটাতে সৃষ্টি হয়!

ধৈৰ্য্য ধৰা, শান্ত থাকা, কথা কম কোৱা, মাত্ৰ পৰিশ্ৰম কৰি যোৱা । সময় তোমাৰো আহিব, সেইদিনখন উত্তৰ দিবা ।

সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক........

বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স'তে মনৰো ঘাম..

শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূখামী কাম যাৰ কাষত চকু পানীৰ কোনো মূল্য নাই সি তেজৰ মূল্য কেনেকৈ দিব।🇬🇧

Member of

More Clubhouse users