মন on Clubhouse

Updated: Aug 19, 2023
মন Clubhouse
197 Followers
462 Following
@mayode Username

Bio

মই তথাকথিত আধুনিক আজিও হব পৰা নাই। দেখিবলৈ মুঠেও ধুনীয়া নহয়, চুলি টাৰিবোৰ জধলা-দীঘল। পিন্ধনত চৌখিনতা নাই। কিছু পৰিমাণে হীনমান্যতাত ভূগি থাকো।অলপ ভয়াতুৰ আচলতে ভয় কৰো কৰ্ম পৰিণতিলৈ। সাম্যবাদ সমৰ্থন কৰো। উশৃংখল, কোলাহল একেবাৰেই বেয়া পাওঁ। নাটক,ভাস্কৰ্য , ভক্তি, ধৰ্ম, সংস্কৃতি, গদ্য, কবিতা, গান এইবোৰৰ প্ৰতি সহজেই ঢাল খাওঁ। যাক ভাল পাওঁ তেওঁক নিস্বাৰ্থ ভাৱে ভাল পাওঁ। বেয়া পোৱা বোৰ নিজেই এৰাই চলো। একান্তই প্ৰিয় জনৰ ওচৰত সৰ্বোচ্চ ডাঙি ধৰো। অভাৱে কোঙা কৰি তুলিলেও তাৰ মাজতো জীয়াই থকাৰ কুজকাৱাজ কৰি আছো। জীৱনৰ প্ৰতি আক্ষেপ একেবাৰেই নাই অথচ বহুত ডাঙৰ সপোন পুহি ৰখা নাই যি আছে সেইয়া উচ্চাকাঙ্ক্ষা।সৰল জীৱনটোৱেই মোৰ প্ৰিয়, শৈশৱৰ পৰা চিনাকি।তেনেকৈয়ে থাকিবলৈ দিয়ক। বৰ জটিলতা বোৰলৈ মোক টানি নিনিব...

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 19, 2023 197 +4 +2.1%
November 06, 2022 193 -3 -1.6%
August 29, 2022 196 -3 -1.6%
July 23, 2022 199 -2 -1.0%
June 16, 2022 201 -8 -3.9%
May 09, 2022 209 -4 -1.9%
April 01, 2022 213 -5 -2.3%
February 02, 2022 218 -4 -1.9%
December 26, 2021 222 +79 +55.3%

Charts

Member of

More Clubhouse users