♥ﮩ٨ـﮩﮩ٨ـﮩﮩ αвнι♡мαтнєяz
🇨🇷🇪🇦🇹🇮🇻🇪 🇮🇲🇦🇬🇮🇳🇦🇹🇮🇴🇳ﮩـ٨ﮩﮩـ٨ﮩ♥
𝔇𝔒𝔅-01/06/1995
♥ﮩ٨ـﮩﮩ٨ـﮩﮩ ƒα¢євσσк♡ι∂♡zakir ♡мαтнєяz
ﮩﮩـ٨ﮩﮩـ٨ﮩ♥
।। আৰু কিমান কষ্টৰ অন্তত ।।
আৰু কিমান ?
তুমি কোৱা, আৰু কিমান কষ্টৰ অন্তত
মই তোমাক মোৰ বুলি চিনাকি দিব পাৰিম!
আৰু কিমান কষ্ট সহ্য কৰাৰ অন্তত
মই প্ৰাণখুলি হাহিব পাৰিম?
তোমাক ভালপাও বাবেই হয়তো
তুমি মোক দিয়া দুখবোৰকো মই
তোমাৰ মৰম বুলি স্বীকাৰ কৰিব পাৰিছোঁ।
কিন্তু তথাপিও জানিব খোজো যে,
আৰু কিমান কষ্টৰ অন্তত,
মই সঁচা অৰ্থত সুখী বুলি নিজকে কব পাৰিম?
মই বাৰু কিবা ভুল কৰিছিলোঁ নেকি?
কিম্বা, দিছিলোঁ নেকি তোমাক অজানিতে আঘাত,
যাৰ কাৰণ স্বৰূপে তুমি নিছা সেৱন কৰি
মোৰ পৰা আঁতৰিব বিচাৰিছিলা?
মাথোঁ এবাৰ,
এবাৰ কোৱা, কিমান কষ্টৰ অন্তত
মই তোমাক লৈ চকুলো টোকা এৰিব পাৰিম?
মনত আছে জানা এতিয়াও,
কিমান যে অজুহাত দেখুৱাইছিলা
মোৰ পৰা আঁতৰি থাকিবলৈ!
সকলো আছে মনত,
এবাৰ আনৰ সহায় লৈ,
এবাৰ বেমাৰৰ নাম লৈ,
কিন্তু তুমি মোক নুবুজিলা,
নুবুজিলা মোৰ মৰমক,
যে -,
পুৰিব নোৱাৰে মোক আনৰ নামে,
তোমাক যে বিশ্বাস কৰোঁ, সেইবাবে।
কৰিব নোৱাৰে আঁতৰ কোনো বেমাৰে,
তোমাক যে মৰম কৰোঁ, সেইবাবে।
তোমাক ভালপাও প্ৰানভৰি
সেয়ে জানিব খোজো,
আৰু কিমান কষ্টৰ অন্তত,
তোমাক পুনৰবাৰলৈ নিজৰ কৰিব পাৰিম
এনে ধৰণে যাতে,
আঁতৰিব নোৱাৰা মোৰ পৰা, কোনোদিনে!
তোমাক যে প্ৰাণ ভৰি ভাল পাওঁ, সেইবাবে।।
------------------------------
❤পোৱা নোপোৱা হিচাপ নো কিয় লাগে😊তুমি মোৰ নহলেও🙂তোমাক নিজৰ বুলি ভাবিয়ে ভাল লাগে🥰❤
4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣4️⃣
❤️তোমাক কিমান বেছি ভাল পাওঁ😊হয়তো প্রমাণ দিব নোৱাৰিম😒💔কিন্তুু তোমাৰ ওঁঠৰ ধুনীয়া হাঁহিটো হৈ❤️সদায় জিলিকি থাকিম🥰
_______________________________
🌷(♥_♥)প্রথম ভালপােৱা, দ্বিতীয় ভালপােৱা বুলি কোনাে কথা নাই।
যাক পােৱাৰ পিছত আন কাৰােবাক ভাল পাবলৈ
মনে নকয়, সেয়াই ভালপােৱা(♥_♥)🌷
🖤🖤🖤
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
December 15, 2023 | 582 | -45 | -7.2% |
October 11, 2022 | 627 | -13 | -2.1% |
August 16, 2022 | 640 | -13 | -2.0% |
July 10, 2022 | 653 | -15 | -2.3% |
June 03, 2022 | 668 | -33 | -4.8% |
April 27, 2022 | 701 | -15 | -2.1% |
March 19, 2022 | 716 | +57 | +8.7% |
January 21, 2022 | 659 | +107 | +19.4% |
December 14, 2021 | 552 | +247 | +81.0% |