💔মন যোৱা বাবেই তোমাক
আকাশৰ তৰা যেন মোৰ দুহাতত
কৈশোৰ যৌৱনৰ সীমাতেই
আকাংক্ষা পূণ কেঁচা ওম
তোমাৰ দুচকু সাক্ষী
প্ৰতিশ্ৰুতি আজিৱন
প্ৰাপ্তিও দেখোন হলগৈ আজি
যেন স্বগ যাত্রী
গলাগৈ চিৰদিন এৰি
পৃথিৱীত থাকিলেও নাপাও তোমাক দেখা
হ্ৰদয়ত থাকিলেও নহয় পূণ আশা
মই বিছাৰি ফুৰা চিনাকী হাঁহিতি
আহা বুলি কিজানি
চিনাকী নদীৰ ঘাটলৈ ঠিকনা বিচাৰি
মই দুষ্মন্ত নহয় পাহৰি যাবলৈ আৰু
তুমিটো শকুন্তলা নহয়
মোক আপেক্ষ্যাৰ পৰা অপেক্ষ্যা কৰিবলৈ
মোৰ কুমাৰ জীৱন তোমাৰ ওচৰত অপণ
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 21, 2023 | 102 | +1 | +1.0% |
October 14, 2022 | 101 | -3 | -2.9% |
June 05, 2022 | 104 | -5 | -4.6% |
April 28, 2022 | 109 | -2 | -1.9% |
March 20, 2022 | 111 | -1 | -0.9% |
January 22, 2022 | 112 | +23 | +25.9% |
December 15, 2021 | 89 | -1 | -1.2% |