♡ kutti Puwali♡♡♡ on Clubhouse

Updated: Dec 10, 2023
♡ kutti Puwali♡♡♡ Clubhouse
825 Followers
387 Following
@maina7725 Username

Bio

。⁠♡⁠‿⁠♡⁠。 তুমি কাক ভাল পোৱা
মই যাক ভাল পাওঁ
তাই আনক ভাল পাই..........!

**•̩̩͙✩•̩̩͙*˚Måïñå˚*•̩̩͙✩•̩̩͙*˚*

♥*♡∞:。.。Hðµ§ê Gðlåghå†。.。:∞♡*♥

☆♬○♩●♪✧♩ Ì lðvê §ðñg ☆♬○♩●♪✧♩  

  。゚゚・。・゚゚。
゚。 。゚
゚・。・゚
︵ ︵
( ╲ / /
╲ ╲/ /
╲ ╲ /
╭ ͡ ╲ ╲
╭ ͡ ╲ ╲ ノ
╭ ͡ ╲ ╲ ╱
╲ ╲ ╱
╲ ╱

♬♩♪♩ ♩♪♩♬ Mɏ Lï£ê Öñlê §ðñg♬♩♪♩ ♩♪♩♬
♥*♡∞:。.。Mɏ ß꧆ £rïêñÐ Jµñ 。.。:∞♡*♥
(*´︶`*)♡†håñk§!
(≚ᄌ≚)ℒℴѵℯ❤ Måïñå 🫰🫶
💔
🫰

01:43 ━━━━●───── 03:50
⇆ㅤ ㅤ◁ㅤ ❚❚ ㅤ▷ ㅤㅤ↻
ılıılıılıılıılıılı
▮▮▮▮▮▮▮▮▮▮


.....আপুনি আহিব জানো.....

আপোনাক ভালপাওঁ এতিয়াও
আপুনি হয়তো নেজানে চাগে
যাৰ বাবদ আজি আপুনি মোৰ পৰা বহু আতৰত
নীলাবোৰক সাবটি বৈ যোৱা সেই নদীখন চাই
আপোনাৰ অপেক্ষাত মাজে মাজে সময় কটাওঁ
আৰু তেতিয়াই আবেলিৰ বতাহ জাকে
কাণে কাণে গুণগুণাই কৈ যায়
আপোনাৰ অনুপস্থিতিত মোৰ বেথা ৷

ভাগৰা নাই তথাপিও আশাৰ জৰিডাল লৈ আছো
অপেক্ষাৰ মালা গাঠি সজীৱ কৰি ৰাখিছো
আৰু মনতে এটি বিশ্বাস পুহি ৰাখিছো
আপুনি এদিন আহিব উভতি
আৰু মোক সাবটি সুধিব ইমানদিনে কিয় কোৱা নাছিলে আপুনি ৷

তেতিয়াই যেন মৌনতাবোৰত কোলাহলৰ সৃষ্টি হব
দু নয়নে বৈ যোৱা অশ্ৰুধাৰাই জিলিকনি তুলিব
কলমৰ আগেৰে ওলোৱা প্ৰতিটো
বিষাদৰে ভৰা চিয়াঁহীৰ শব্দই
আপোনাক বুজাই দিব আপুনি অবিহনে মোৰ অস্তিত্ব ৷

💔💔

Member of

More Clubhouse users