Gitartha . on Clubhouse

Updated: Jul 21, 2023
Gitartha . Clubhouse
145 Followers
156 Following
Jul 6, 2021 Registered
@lukudas Username

Bio

(বিহু বলিয়া❤️)
🥀_ সম্পৰ্কৰ দোহাই দি মানুহজন গুছি যায় স্মৃতিৰ টুকুৰাবোৰ আমাৰ বাবে এৰি ।
ক্ৰটিহীনতাৰে জীয়াই ৰখাৰ স্বত্বেও বহু সম্পৰ্ক আধৰুৱা হৈয়ে ৰয় ।
না উভতি অহাৰ অপেক্ষা , না উভটাই অনাৰ প্ৰচেষ্টা ......য'ত যেনেকৈ যাৰ লগতেই সুখী হ'ব পাৰিছে তেনেকৈয়ে এৰি দিয়া হয় ।
কিন্তু মনৰ উচপিচনিয়ে ৰাতি বোৰ উজাগৰী কৰি তোলে ।
স্মৃতিবোৰে যেতিয়া হেঁচা মাৰি ধৰি কোঙা কৰি তোলে চাৰিওফালে কেৱল অন্ধকাৰাচ্ছন্ন হৈ পৰে , জীৱন থমকি ৰোৱাৰ দৰে !
সাহস কৰাজন আগবঢ়ি যায় , আৰু দুৰ্বল জন আন্ধাৰৰ বুকুত হেৰাই যায় চিৰদিনৰ বাবে । ভালপোৱাবোৰ তেনেকুৱা হ'ব পাৰে জানো ?
কাৰোবাৰ জীৱন কাঢ়ি সুখী হ'ব খুজা জন ভাল প্ৰেমিক অথৱা প্ৰেমিকা হ'ব পাৰে জানো ! পাৰেনে কাৰোবাক চকুলো উপহাৰ দি গোটেই জীৱন সুখী হৈ থাকিব ! 💐

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
July 21, 2023 145 -4 -2.7%
November 12, 2022 149 +2 +1.4%
September 01, 2022 147 -2 -1.4%
June 19, 2022 149 -10 -6.3%
May 12, 2022 159 +2 +1.3%
April 04, 2022 157 -3 -1.9%
February 05, 2022 160 -2 -1.3%
December 30, 2021 162 -4 -2.5%
November 22, 2021 166 +3 +1.9%

Charts

Member of

More Clubhouse users