๑Bichitra๑ on Clubhouse

Updated: Jun 8, 2024
๑Bichitra๑ Clubhouse
2.1k Followers
2k Following
@kosari.lora Username

Bio

♥️𝄟✮⃝My 𝄟✮⃝best𝄟✮⃝ 𝄟✮⃝My 𝄟✮⃝best𝄟✮⃝


𝄟✮⃝sunu

Sunu𝄟✮⃝ ♥️

𝄟✮⃝Sunu Sunu𝄟✮⃝ ♥️


𝄟✮⃝I love♥️𝄟✮⃝mom


𝄟✮⃝ I 𝄟✮⃝ love 𝄟✮⃝you

𝄟✮⃝papa 🥰𝄟✮⃝


সুখত নহয়, মই দুখতেই সুখী! সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ।



এবাৰ নহয়, দুবাৰ নহয়, হাজাৰ বাৰ কাজিয়া লাগি সম্পৰ্কত ফাট মেলিলেও। সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়। আকৌ, সম্পৰ্ক ঠিক হৈ যায়।

সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কঁপালখন বহুত বেয়া।



মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান।



যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে।



জীৱন যি পাব লগা আছে সকলো সময় থাকোঁতেই আদৰি লওঁক, কিয়নো জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেজী কৰে।


তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো।


জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গ'ল।

সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ।

যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হ'ব নোৱাৰে।

তিনিটা বস্তু কেতিয়াও নাভাঙিবা, ১.বিশ্বাস ২.প্রতিজ্ঞা ৩.হৃদয়। কিয়নো এইবােৰ যেতিয়া ভাগে, গােটেই পৃথিৱীখনৰ প্ৰতিয়েই মােহ ভংগ হয়।

মাজে মাজে ভাবো । মানুহৰ লগত মিঠা কথা কবলৈ নিশিকিলাে। চেনি দিয়া খােৱাটোও ফান্টু যেন লাগে। সেয়েই কিজানি এইখন পৃথিবীত মােক ভালপােৱা মানুহৰ সংখ্যাও কম।

যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয়, দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে।

কিছুমান দুখ একান্ত ব্যক্তিগত, যিটো বিচাৰিলেও কাৰো লগত Share কৰিব নোৱাৰি

Member of

More Clubhouse users