ಠ_ಠ
শব্দবোৰ সাঁচি ৰাখিছোঁ হৃদয়ত...
তোমাৰ নামৰ শিৰোনামাৰে লিখিম এটি অসমাপ্ত কবিতা
এটি অন্তহীন প্ৰেমৰ কবিতা...
হৃদয়ৰ উকা এখনি স্তব্ধ ডায়েৰীত প্ৰাণ পাই উঠিব মাথোঁ তুমি তুমি লগা প্ৰেমাস্পদ অনুভূতিৰ তাড়নাত...
বেদনাৰ তমসাবোৰো যেন সাটোৰঙী ৰামধেনু হৈ মোক আৱৰি ধৰিব মাথোঁ তোমাৰ এটি হাঁহিৰ ঠিকনা লৈ... ♥️🌹
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 05, 2023 | 322 | +16 | +5.3% |
January 20, 2022 | 306 | +53 | +21.0% |
December 14, 2021 | 253 | +208 | +462.3% |