যেনেকৈ মদ নহলে পাৰটি নহয়, ফটোৰ নিচিনা মানুহবোৰ ধুনিয়া নহয়, ৰিলেচনচিপত নাথাকিলে টাইম পাচ নহয়, গালি নাথাকিলে web series নহয়, Diet / Exercise নকৰিলে ভাল Body নহয়, অভাৱবোৰ কেতিয়াও পুৰণ নহয়, সপোনবোৰ সহজে বাস্তৱ নহয় , এজনী ছোৱালীক ভাল লাগে কিন্তু তাই মোৰ Girlfriend নহয়, ভাল লাগে তাইক,প্রমাণত কাগজ আনি দেখুৱাবলৈ মই লেখক নহয়, Struggle ৰ সময়ত কেৰিয়াৰ মেইন প্রেমিকা নহয়, পঢ়ি শুনি চাকৰি নাপালে মনৰ শান্তি নহয়, চৰকাৰী চাকৰি নহলে সচা প্রেম নহয়, মই যেনেকৈ বাচি আছো এয়া জীৱন নহয়, কথাবোৰ আবেগত লিখিলেও মই কিন্তু শিল্পী নহয়, চন্দ অলপ মিলাইছো যাতে আপুনি পঢ়ি বৰ নহয়।, আৰু সকলোকে খুশ কৰিবলৈ মই Jonny sins নহয়।
ধন্যবাদ ।
𝙳𝙸𝙱𝚁𝚄𝙶𝙰𝚁𝙷𝙸𝙰𝙽
𝙵𝙾𝚄𝙽𝙳𝙴𝚁 𝙾𝙵 🧍বৰলা সন্থা 🧍♂️
𝙵𝙾𝚄𝙽𝙳𝙴𝚁 𝙾𝙵 🌹 মনে কেৱল তোমাকে বিচাৰে 🌹
Invited by: Bitu xonowal
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 15, 2023 | 579 | -22 | -3.7% |
October 01, 2022 | 601 | -7 | -1.2% |
August 10, 2022 | 608 | -4 | -0.7% |
July 04, 2022 | 612 | -45 | -6.9% |
May 28, 2022 | 657 | -2 | -0.4% |
April 20, 2022 | 659 | -2 | -0.4% |
March 12, 2022 | 661 | +41 | +6.7% |
January 14, 2022 | 620 | -11 | -1.8% |
December 07, 2021 | 631 | +36 | +6.1% |
October 30, 2021 | 595 | +97 | +19.5% |