Jabrang Gogoi on Clubhouse

Updated: Apr 24, 2024
Jabrang Gogoi Clubhouse
1.3k Followers
1.3k Following
@johormohor Username

Bio

তুমি মোক ভাল পাবা নালাগে
-----------------------------------------
✍️

***** তুমি মোক ভাল পাব নালাগে
মই এ তোমাক ভাল পাম
সপোনৰ সাগৰত উঠিছা
কল্পনাৰ পাহাৰত বগাইছা
তথাপিও তোমাকে ভাল পাওঁ
সদায় চিৰকাল....।
সপোন আৰু ভাবনাত তুমি আহি মোক
বাৰে প্ৰতি আমনি কৰিবা
মই পাৰি দিম হৃদয়ত ফুলাম দলিছা
তুমি আহি এপলক জিৰাবাহি
অলপ হলেওঁ শান্তি পাম....।
মোৰ হৃদয়ৰ শূন্য কোঠালিত
থাকি যাব তোমাৰ ছবিখনি...
তুমি মোক ভাল পাব নালাগে
মই এ তোমাক ভাল পাম
সদায় চিৰকাল.... ||
♥️♥️
Copy ......
নিজানত সাৰ পোৱা উচুপনিবোৰক
ফুচুলাই শান্ত কৰাৰ
আখৰাত মোহ গৈছো;🦋🥀
...
আঁৰি লৈছো মনত সাহৰ ভঙা পঁজাটো,
কোনোবাই বিচাৰি পোৱা অবান্তৰ অভিমানবোৰো
খামুচি ধৰিছোঁ ;🦋🥀
...
সমল নহ'লেও জীৱন আঁজুৰি আনিছোঁ।।
কৃত্ৰিম হাঁহিৰ উম দি
উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ।।👀😊🥀
💔💔💔
মই তোমাৰ পাগল প্ৰেমিক তুমি বুজি পালে পাবা নাপালে নাই 👍.......…….….........❤️mehram❤️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
April 24, 2024 1,330 +2 +0.2%
March 16, 2024 1,328 +15 +1.2%
February 23, 2024 1,313 +3 +0.3%
February 06, 2024 1,310 +18 +1.4%
January 19, 2024 1,292 +20 +1.6%
January 03, 2024 1,272 +13 +1.1%
December 18, 2023 1,259 +9 +0.8%
December 03, 2023 1,250 +18 +1.5%
November 19, 2023 1,232 +10 +0.9%
November 08, 2023 1,222 +8 +0.7%

Charts

Member of

More Clubhouse users