মৰম .. on Clubhouse

Updated: Oct 19, 2023
মৰম .. Clubhouse
399 Followers
193 Following
@jiya245800 Username

Bio

✨তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিকা।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।

(ভাল পাব খুজো আকৌ এবাৰ🥀!! ❤️)

( না ৰাস্তাই সংগ দিলে
না গন্ত্যবই অপেক্ষা কৰিলে ,

কি লিখোঁ মই মোৰ জীৱনক লৈ
মোক চোন সপোন বোৰেও ইটিকিং কৰিলে !!🍂)

('If someone ask me ,who I am'
'I will smile and say that'
"This weepy painful journey is my identity"🙂
And the destiny of this journey is his house...
And to reach at his house daily and with disappoinment is my habit.....
But I fear that
My life might just end in this journey.......
And my identity might vanish......✨)

🎂1994❤️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 19, 2023 399 -16 -3.9%
September 30, 2022 415 -6 -1.5%
August 09, 2022 421 +4 +1.0%
July 04, 2022 417 +4 +1.0%
May 27, 2022 413 -2 -0.5%
April 19, 2022 415 +37 +9.8%
March 12, 2022 378 -2 -0.6%
January 14, 2022 380 +4 +1.1%
December 07, 2021 376 +97 +34.8%

Charts

Member of

More Clubhouse users