Jitumoni Borgohain on Clubhouse

Updated: Dec 10, 2023
Jitumoni Borgohain Clubhouse
96 Followers
75 Following
@jitumoni1234 Username

Bio

কথাৰে জীয়াই তোলা মানুহবোৰ সমীপেষু…

ভাগৰি পৰা জীৱনটোত উশাহৰ ভৰো কেতিয়াবা বেছি যেন লাগে, উপায় বিচাৰি হাবাথুৰি খোৱা সময়খিনিত বহুত মানুহ হাৰিও যায়, তথাপিও কেতিয়াবা নজনাকৈ অনাকাংক্ষিতভাৱে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ তল পৰি ৰোৱা ভাঙি যোৱা মানুহজন/জনীক কথাৰে জীয়াই তোলে… জীয়াই থকাৰ মন্ত্ৰ শিকাই পৰিপক্ব কৰি তোলে, স্বাৰ্থহীনতাৰ উৰ্ধত শব্দৰ ৰাগীৰে জীয়াই তুলিবলৈ কবিতা বা গান লিখিব নালাগে , উশাহৰ সমৰ্থনত কোৱা সাহসী শব্দকেইটাই যথেষ্ট…😊🌻

Member of

More Clubhouse users