নাজানাে এনেকুৱা কিয় হয়
বাৰে বাৰে সপােনবােৰ আধৰুৱা হৈ ৰয়
যাকেই দলিচা পাৰি দিওঁ
হৃদয়ৰ দোৱাৰ খুলি
তেৱেইচোন সপােনবােৰ গচকি
হৃদয়খনকো থেকেচি থেকেচি যায়
চকুপানীবােৰ আমাৰ নােলায় ...
হা..হা ..আমি যে Strong boy
পিছে হৃদয় আমাৰাে আছে।
ইমান পতাৰনা হৃদয়ে বাৰু কেনেকৈ সহি ৰয়
মৰমৰ মূল্য ইমান কম কিয় হয়
Invited by: Ankur Boruah
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 25, 2024 | 20 | +4 | +25.0% |
July 17, 2023 | 16 | +1 | +6.7% |
July 15, 2022 | 15 | -1 | -6.3% |
June 08, 2022 | 16 | -1 | -5.9% |
May 01, 2022 | 17 | +1 | +6.3% |
March 24, 2022 | 16 | +1 | +6.7% |