Broken angel 💔🧚
❣️ Love form Jorhat 🏠
Single আছো থিকে আছে কেনেকৈনো বেলেগৰ পুতেকৰ দায়িত্ব লওঁ নিজৰ লগতে থকা Mobileতোৰে চাৰ্জাৰ দাল ফুৰিব গৈ এৰি থৈ আহো 🤧😂
কাইলৈ কি হ'ব ভাবি,
আজি দিনটোত বুজা-পৰা কৰা ছোৱালী মই নহয়।
যদি নিজৰ সততাৰে গৈ থাকো এনেকৈ,
নিশ্বয় আহিবলগা দিনবোৰ
ইয়াতকৈ বেছি ভাল হ'ব ভবা
আত্মবিশ্বাসী ছোৱালী মই।।🌼💫🌹
মুঠতে, আনে যোৱা বাটেৰে নোযোৱা ছোৱালীবোৰৰ
মাজৰে ছোৱালী এজনী মই🧚🌼🤘
আতৰি যোৱাবোৰে কষ্টতকৈ বেছি শিক্ষাহে দি যায়,
যে মানুহে মানুহক সহজেই আকোঁৱালি ল'ব নালাগে।
-🌸😔🌸-🙏
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain |
|---|---|---|---|
| October 03, 2023 | 1,094 | +6 | +0.6% |
| September 17, 2023 | 1,088 | +3 | +0.3% |
| September 10, 2023 | 1,085 | +14 | +1.4% |
| September 03, 2023 | 1,071 | +7 | +0.7% |
| August 28, 2023 | 1,064 | +15 | +1.5% |
| August 21, 2023 | 1,049 | -6 | -0.6% |