꠹ꪖꪖꪀ .. on Clubhouse

Updated: Jul 13, 2023
꠹ꪖꪖꪀ .. Clubhouse
378 Followers
386 Following
@jayantasgarma Username

Bio

তুমি নহব পাৰা মোৰ
তেজ-মঙহৰ আপোন
কিন্তু তুমি মোৰ জীৱনৰ
এটা জীয়া-বাস্তৱ সপোন।
তুমি নহব পাৰা মোৰ মাৰ সন্তান
নহব পাৰো আমি দুয়ো সহোদৰ
কিন্তু তুমি মোৰ জীৱনৰ
এজনী ভন্টি অতিকৈ মৰমৰ।
তুমি মই আমি চিনাকি হোৱাৰে পৰা
তুমি মোক দাদা বুলি মতা দিনৰে পৰা
সচাই মই সুখী অ..ফাৰনাজ
তুমি সচাই পূৰণ কৰি দিলা
ভন্টি এজনীৰ অভাৱ অনুভৱৰ খালী হিয়াটুকুৰা।
তুমি সদায়ে থাকিবা দেই
মোৰ অনুভৱৰ শেতেলী হৈ
থাকিবা সুখী হৈ ওৰে জীৱনলৈ
মৰমৰ ভন্টিজনী হৈ।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
July 13, 2023 378 +124 +48.9%
January 15, 2022 254 +20 +8.6%
December 08, 2021 234 +4 +1.8%
October 30, 2021 230 +1 +0.5%

Member of

More Clubhouse users