কবিতাৰ দুৰন্ত প্ৰেমিক ❣️ (তুমি যদি শিৰোনাম হোৱা মোৰ কবিতাৰ, চিৰদিন প্ৰেমিক হৈ ৰ'ম মই তোমাৰ 😊❣️) হাস্নাহানাৰ সুৰভিৰে সুশোভিত মোৰ পদুলিত আকুলতাৰ স্বাগতম বাণীৰে অপেক্ষিত হৈ থাকিব প্ৰতিটো ক্ষণ তোমাৰ আগমনৰ অধিৰ আগ্ৰহত। From Lakhimpur ❣️