@ ꧁༒☬sunny☬༒꧂ on Clubhouse

Updated: Feb 9, 2024
@ ꧁༒☬sunny☬༒꧂ Clubhouse
1.9k Followers
970 Following
@jaanbhiolu Username

Bio

🇲 𝐲 𝐇𝐞𝐚𝐫𝐭𝐛𝐞𝐚𝐭>• 𝐌𝐚𝐚 𝐏𝐚𝐩𝐚🥰💓🫂❣️❤️🫂❣️

ɱųʂıƈ ɱყ Ɩıʄɛ ۵❧>•🎶 🎼💌🎼🎶 🖤

কেতিয়াবা পাৰফেক্ট কেতিয়াবা হতাশ কেতিয়াবা পজেটিভ সকলোবোৰ কেতিয়াবা আকৌ নিগেটিভ হৈ পাৰে... জীৱনে শিকাই জীৱনে বুজাই... সপোনে আশা বঢ়াই বাস্তৱে সাহস হে দিয়ে ।☺️ যুজঁ এখন চলি থাকে নিজৰ মাজত কোনোও নেদেখাকৈ... বুকুত সপোন এটাই বাহঁ লয় ; পোখা মেলে আলফুলকৈ কেতিয়াবা সেই সপোন মৰহে বুকুৰ মাজতে কেতিয়াবা আকৌ জীপাল হৈ উঠে ...
মুঠতে চলি থাকে জীৱন এনেদৰেই কেতিয়াবা মৰহে আৰু কেতিয়াবা ফুলি উঠে..॥🖤🌸🌺


জীৱনত কিছুমান এনেকুৱা মানুহ আছে যিয়ে আমাক ধৰিও নাৰাখে আৰু এৰিও নিদিয়ে!
তেওঁলোকৰ পৰা যেতিয়া দূৰত আহো ভালপোৱা দেখায়,আৰু ওচৰত থাকিলে অৱহেলা!
হয়তো এইবোৰ মানুহে জীৱনত মানসিক অশান্তিৰ কাৰণ😒


নিসংগতাখিনিৰ সৈতে অকলশৰেই সুখী মই মোক কাৰোবাৰ খন্তেকীয়া সান্তনা অথবা সহানুভূতিৰ প্ৰয়োজন নাই।🙏...…..….....🫰

জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে তেন্তে কেতিয়াও পাহৰিব নোৱাৰি ।🙂🙁☺️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
February 09, 2024 1,987 +3 +0.2%
January 23, 2024 1,984 +6 +0.4%
December 21, 2023 1,978 +4 +0.3%
December 06, 2023 1,974 +2 +0.2%
November 21, 2023 1,972 +4 +0.3%
November 10, 2023 1,968 +2 +0.2%
October 22, 2023 1,966 +1 +0.1%
October 14, 2023 1,965 +2 +0.2%
October 06, 2023 1,963 -2 -0.2%

Charts

Member of

More Clubhouse users