জিজ্ঞাখু হাজৰিকা on Clubhouse

Updated: Sep 28, 2023
জিজ্ঞাখু হাজৰিকা Clubhouse
729 Followers
461 Following
@hopunrag Username

Bio

🌸সমাজ🌸

তুমি তোমাৰ লক্ষ্যৰে গতি কৰি যোৱা,
পিছুৱাই পেলাবলৈ সমাজ আছে।
তুমি তোমাৰ ভৰিত ভৰি দিয়া আগুৱাবলৈ,
টানিবলৈ সমাজৰ সময় আছে নহয়।

তুমি সপোন সফল হোৱাৰ কামনা কৰা,
জগাই তুলিবলৈ সমাজ আছে নহয়।
তুমি শিক্ষাৰ দিশত প্ৰবাল সুতৰ কামনা কৰা,
নিন্দা কৰিবলৈ সমাজ আছে নহয়।

তুমি গোৰি ধৰাৰ প্ৰয়াশ কৰি ছোৱা,
আধাতে কাটিবলৈ সমাজ আছে নহয়।
তুমি উন্নয়নত চকুৰ দৃষ্টি ৰাখিব পৰা,
অৱনতি কৰাৰ বাবে সমাজ আছে নহয়।

তুমি আশাৰ তৃপ্তিলভা,
তুমি অজয় গ্ৰামি হোৱা,
সমাজৰ গৰিমা তুমি, তোমাৰ হাতত।।

✍️ হাজৰিকা।।
Likhi val pau kobita porhi huni vl pau

Member of

More Clubhouse users