Homen Bora on Clubhouse

Updated: Aug 5, 2023
Homen Bora Clubhouse
39 Followers
139 Following
@homenbora Username

Bio

মই সলনি হলো মা.... কান্ধত এমুকুৰা বুজালৈ ঘৰখন এৰি অহাৰ দিনা,,আহঁত জোপা পাৰ হৈ কেঁকুৰি তো শেষ নুহুৱালে তই চাই আছিলি মোক,,তোৰ ফালে নুচুৱাকৈয়ে অনুভৱ কৰিছিলো,,,, মই নেদেখাকৈ চাদৰৰ আচলৰে মচিছিলি দুচকুৰ পতা,,তোৰ চকুলৈ চাবলৈ ভয় লাগিছিল সেইদিনা.... তই চাই আছ বুলি জানিও হয়তো পিচফালে চাবলৈ সাহস হুৱা নাচিল মোৰ,,,সেই যে এৰি থৈ আহিলো তোক তেতিয়াৰ পৰাই সলনি হলো মই মা,,,

(অকল সৰীয়া লৰা মই )

Member of

More Clubhouse users