BABY Bordoloi on Clubhouse

Updated: Mar 20, 2024
BABY Bordoloi Clubhouse
1.3k Followers
622 Following
@hgjidhjk Username

Bio

প্ৰাইভেট পথাবি চৰ খাবি👋👋

🖤🥇𝘽𝙀𝙎𝙏 𝘾𝙇𝙐𝘽 𝙄𝙉 𝘼𝙎𝙎𝘼𝙈:- ৰংঘৰ বাকৰি

💔💔🖕🖕💔💔

ভাল লগা আৰু ভাল পোৱা বোৰ বহুত বেলেগ ভাল পোৱা ত কৈ ভাল লাগি থকাই ভাল কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে ,😌 অনুভূতি বোৰ শব্দৰে প্ৰকাশ কৰি দিয়া লগে লগে পাছত বহুত কষ্ট হয়। সেইকাৰণে ভাল লাগি থকা টো ভাল লাগি থাকক দিয়া 😌💓😩





🎬𝐋𝐄𝐀𝐃𝐄𝐑 𝐎𝐅𓄂≛⃝𝘿𝙔𝙉𝘼𝙈𝙄𝘾 𝘿𝙍𝙄𝙇𝙇𝙀𝙍𝙎✓
🏳️‍














"প্ৰেম মানে তুমি তুমি মানে প্ৰেম"

অই ! কাৰোবাৰ হাহিঁ দেখিলে যেতিয়া নিজৰ দুখ বোৰ পাহৰি মুখত হাহিঁ বিৰিঙে ,
তাক তুমি কি কব‍া?

যাৰ চকুলে মাথো এবাৰ চোৱাৰ হেঁপাহেৰে Department ৰ কাষৰে নিজৰ class ক্ষতি কৰি যোৱাক তুমি কি কব‍া?

যাক দেখিলে মনটো থৌকি বাথৌ লাগে কি কম কি নকম কৈ কিবা কলে যে খেলিমেলি লাগে তাক তুমি কি কব‍া?

"মোৰ স্বপ্ননীল আকাশৰ তুমি য়ে জোনাক " বুলি ভাৱা মোৰ মনটোক কি কবা?

যাক দেখিলেই মনত সন্মানৰ লগতে গঢ় লৈ উঠে কিছু সপোন
সেই সপোন বোৰ পূৰ কৰা অাশা ক তুমি কি কবা?

হয়টো তুমি নিৰোওৰ
দিশহাৰা হোৱা "মই " নামৰ
অবুজ সমীৰ জাকক তুমি দিশ নিৰ্নয় কৰি দিবা জানো?

প্ৰেমৰ সংজ্ঞা কি নাজানো

কিন্ত মোৰ বাবে -
"প্ৰেম মানে তুমি তুমি মানে প্ৰেম"

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 03, 2024 1,300 +3 +0.3%
February 10, 2024 1,297 +1 +0.1%
December 22, 2023 1,296 +1 +0.1%
December 06, 2023 1,295 +4 +0.4%
November 22, 2023 1,291 +2 +0.2%
November 01, 2023 1,289 +4 +0.4%
October 06, 2023 1,285 +5 +0.4%

Charts

Member of

More Clubhouse users