Nαиcч gσgσι on Clubhouse

Updated: Jan 16, 2024
Nαиcч gσgσι Clubhouse
930 Followers
775 Following
@hdjrruyrgjj Username

Bio

তুমি নদী হʼবা ম‌ই পাৰৰ বিৰিণা হম।
তুমি দুৰৰ পৰা বৈ আহিবা,
মই তোমাৰ বুকুত জাহ যাম।
তুমি বোয়াই লৈ যাবা এক অচিনা ঠাইলৈ,
তাতে বহি ম‌ই তোমাক প্ৰেমৰ কবিতা শুনাম।

তুমি মোৰ কবিতাৰ প্ৰেমত পৰিবা।
আৰু ম‌ই.............
আৰু ম‌ই তোমাক দেৱদাসৰ দৰে চিঞৰি চিঞৰি কʼম..........
"মই তোমাক ভাল পাওঁ"


48077
(ডিব্ৰুগড় বিশ্ববিদ্যালয়)

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
January 16, 2024 930 -10 -1.1%
January 24, 2023 940 -34 -3.5%
September 28, 2022 974 -26 -2.6%
May 29, 2022 1,000 -100 -9.1%
December 29, 2021 1,100 -100 -8.4%

Charts

Member of

More Clubhouse users