I LOVE YOU
আচলতে "I love you"মানে কি?
I love you অৰ্থ এইটো নহয় যে কাৰোবাক দেখি ভাল লাগিলে কৈ দিলা I love you, নাহ! নহয় সেইটো ,
I love you অৰ্থ হৈছে এজন ব্যক্তি যেনেকুৱাই নহওক কিয় ! ভাল-বেয়া ,বগা-কলা, লাগিলে যেনেকুৱা স্বভাৱৰে নহওঁক কিয় তেওঁক আপুনি তেনেকৈ গ্ৰহণ কৰিব। ইয়াৰ অৰ্থ এইটো যে আজি লগত আছোঁ, কাইলৈয়ো থাকিম, আজীৱন লগত থাকিম , জীৱনৰ কঠিনতম সময়তো আপোনাৰ হাত নেৰো। আপুনি ভাগি পৰিলে মৰম কৰিম, খং -অভিমান কৰিলে মন ভাল লগাবলৈ চেষ্টা কৰিম, গা বেয়া হ'লে প্ৰতিটো পল আপোনাৰ আশে-পাশে চায়া হৈ থাকিম, আপোনাৰ দুৰ্বলতা জনাৰ পিছতো ইয়াৰ বেয়া ব্যৱহাৰ নকৰোঁ, হাজাৰ খংটো ও আপোনক সন্মান কৰিম, কাজিয়া লাগিম আনৰ বাবে নহয়, এজনৰ আনজনৰ বাবে, আপুনি এৰি গলে মই মৰি নাযাও কিন্তু আপোনাৰ অবিহনে মই সুখী নহওঁ, এতিয়া প্ৰতিশ্ৰুতি দিছোঁ যেতিয়া আজীৱন আপোনাকে জীৱন সংগী বিচাৰিম।
"I love you"অৰ্থ হৈছে এই সকলোবোৰ 😊❤️
(সেইকাৰণে কাৰোবাক I love you কোৱা আগত এবাৰ ভাবি চাবা
সচাকৈয়ে তেওঁ ক ভালপোৱা নে ভাল লাগি কৈছা।।)