ভগৱান বহুত নিস্ঠুৰ
মোক গোতেই জীৱন
মৌনতা অবলম্বন কৰিব দিছে..
জন্মৰে পৰাই...
কি কৰো বহুতেই
মোক হাঁহে...হাঁহিবই...
মই কথা ফুটাবই নোৱাৰো
আগতে বেয়া লাগিছিল
এতিয়া মই অনুভব নকৰো
😑😑😐😐😐😐😑😑
মোক বহুতে FOLLOW নকৰে
মই বেয়াও নাপাও...
কিন্তু মই এজন মানুহে হয়
মোৰ শ্ৰৱন শক্তি ভাল...
আপোনি এতিয়া মোৰ কথা
গম পালে...ভাবিছে ছাগে ..
CLUBHOUSE মোৰ কাম নাই..
কিন্তু মই এজন ভাল শ্ৰোতা...
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
October 17, 2023 | 22 | +2 | +10.0% |
September 30, 2022 | 20 | +1 | +5.3% |
July 03, 2022 | 19 | -1 | -5.0% |