☬༗Romen Likson ☬༗ on Clubhouse

Updated: Apr 24, 2024
☬༗Romen Likson ☬༗ Clubhouse
1.5k Followers
1.3k Following
@gudu99 Username

Bio

মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে
তোমাৰ প্ৰতি
মনে দুপাখি মেলি উৰিব ধৰিছে
বাৰে বাৰে তোমাৰ কাষলৈ
তোমাক মোৰ নিজৰ কৰিবলৈ
মনে বাৰে বাৰে অনুৰোধ কৰিছে
এবাৰ মাথোঁ দুবাহুৰ মাজলৈ আহা
মৰম নামৰ এনাজৰীৰে
ওৰে জীৱন বান্ধি ৰাখিম❤️❤️

মই তোমাক হেৰুৱাব নোখোজো
তোমাৰ স্মৃতিক লৈ কান্দিব‌ও নোখোজো
যেতিয়ালৈকে জীয়াই আছোঁ
মই তোমাৰ লগত থাকিব বিচাৰো
কাৰণ তোমাৰ অবিহনে ম‌ই
জীয়াই থাকিব নোৱাৰোঁ ❤️❤️

মোক ধুনীয়া জীৱন সংগী নালাগে
লাগে মাথো সঁচা অন্তৰৰ সংগী

যাক ম‌ই গৌৰৱেৰে সমাজৰ আগত
চিনাকি দিব পাৰো

এয়া মোৰ সাহস
আৰু
একমাত্ৰ পৃথিৱী বুলি

I Love You ♥️♥️
ভাল পাওঁ তোমাক
হৃদয়ৰ গোপন কোঠাত সাচি ৰাখিছোঁ
তোমাৰ হাজাৰ প্ৰতিচ্ছবি
তোমাৰ এষাৰি মাততে
মোৰ দুটি ওঠত
হাঁহি বিৰিঙি উঠে
তোমাৰ এষাৰি মাততে
মনে শান্তি লয়
মনে প্ৰতিবাৰে তোমাৰ
কাষলে যাব বিচাৰে
এবাৰ কাষলে যোৱা পাছত
আতঁৰি আহিবলৈ বহু কষ্ট হয়
তুমি মাত এষাৰ নিদিলে
এৰি আহিবলৈ মনে
বাধা দিয়ে যদিও
এৰি আহিবলৈ বাধ্য হৈ পৰো
তথাপিও যাও পুনৰ বাৰ
তোমাৰ কাষলৈ
তোমাক চকুৰ আগত ৰাখিবলৈ
কাৰণ
ভাল পাওঁ তোমাক

I Love You ♥️♥️♥️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
April 24, 2024 1,530 +60 +4.1%
March 16, 2024 1,470 +34 +2.4%
February 23, 2024 1,436 +48 +3.5%
February 06, 2024 1,388 +36 +2.7%
January 19, 2024 1,352 +46 +3.6%
January 03, 2024 1,306 +52 +4.2%
December 18, 2023 1,254 +772 +160.2%
August 09, 2022 482 +38 +8.6%
July 03, 2022 444 +3 +0.7%
May 27, 2022 441 -4 -0.9%

Charts

Member of

More Clubhouse users