বিষাদৰ কলম লৈ
অশ্রু চিয়াঁহীৰে
RSৰ দুটি পেকত
জীৱন দস্তাবেজৰ
কবিতা লিখো✍️✍️
নিসংগতাবোৰ একান্ত ব্যক্তিগত,, কোনোবাই অকলে থাকি নিসংগ আৰু কোনোবাই কাৰোবাৰ লগত থাকি ,,, যান্ত্ৰিক পৃথিৱীত সকলো অকলশৰীয়া কেৱল প্ৰয়োজন জীৱনক চিনি পোৱাৰ, প্ৰয়োজন মাথো নিজৰ মাজতে নিজৰ পৃথিৱী গঢ় দিয়া.........😶😐😶
স্পষ্টবাদীতা প্ৰেমিক দেখুওৱা মৰমতকৈ ঘৃণা শ্ৰেষ্ঠ। অশ্লীলতা লিখনি মগজুত থাকে।মহাকাল ভক্ত🖤🖤🖤
💖জুবিন প্ৰেমিক 🧡
🥰খেতিয়ক ৰ পোৱালি 🥰
💜Anne-Marie crush 💜
মন যাই কেতিয়াবা মেঘালিৰ সোঁতত বৃষ্টি কণিকাৰে একাজলী সপোন বান্ধি ৰাখিবলৈ 🌝
স্বাৰ্থ শেষ হোৱা পিছত ভগৱানৰ মূৰ্তিকে ঘৰৰপৰা উলিয়াই গছৰ তলত ৰাখে
আমিটো মানুহ হয়।🌝😔🌝
✨💖✨গান প্ৰিয় ✨💖✨
প্ৰেম কেৱল প্ৰকৃতি খনক আৰু মা দেউতাক হে কৰো💖🥰
সকলো মানুহ সমাজৰ চকুত 'ভাল' নহয়।
কিছু লোক 'বেয়া'ও হয়..
কিন্তু 'বেয়া' মানুহৰো নিজৰ এটা কাহিনী থাকে..
য'ত তেওঁলোকে জোৰ কৰি নিজক ভাল বুলি নকয়..
নিজৰ ভুলবোৰক ঢাকি নথয়...
অকলশৰীয়া হ'লেও নিজাকৈ বাট এটা কাটি লয়..😊
জীৱন অকলশৰীয়া হৈ থকা বাবে চিন্তা নকৰো
এদিন চিতা কাষত সকলো ঠিয় হ'ব,
কিয়নো মৃত্যু সকলোৱে আপোন।
🥳🥳
চৰকাৰী চাকৰি আৰু বৰষুণ বতৰৰ পকৰী কেতিয়াওঁ আশা নকৰোঁ 🙏😎🙏
✊❤️✊জয় আই অসম✊❤️✊
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
August 04, 2023 | 494 | +242 | +96.1% |