আজিও বহুত ভাল পাওঁ তোমাক
তুমি reply নিদিয়া বুলি জানিও বাৰে বাৰে তোমাক msg দিয়াটো মোৰ দুৰ্বলতা,
আজি হয়তো মই তেওঁৰ হৃদয়ত নাই কিন্তু তেওঁ সদায় মোৰ হৃদয়ত আছে আৰু সদায় থাকিব
তেওঁ হয়তো নাজানে যে মই তেওঁক এতিয়াও ভাল পাওঁ তেওঁ হয়তো আজিও অনুভৱ নকৰে মই কিমান দুখত আছোঁ সেইয়ে তেওঁৰ সুখতে মই আজি সুখী
মন যায় ও তোমাৰ লগত কথা পাতিব তোমাৰ মাতটো শুনিলৈ কিন্তু মইটো এতিয়া তোমাৰ একোৱেই নহয়
আগতে কিমান কথা পাতিছিলো মনত আছেনে তোমাৰ ,আমাৰ কথা শেষেই নহয় আৰু এতিয়া তোমাৰ মাতটোকে শুনিবলৈ নাপাও
খবৰটো সকলোৱে সুধে কিন্তু তেওয়েই নুসুধে যাক কব বিচাৰোঁ
তুমি হয়তো নাজানা তোমাৰ এটা msg , এষাৰ মাত শুনিবলৈ মই কিমান অপেক্ষা কৰোঁ
নভাবিবা মই তোমাক পাহৰি গলো বুলি ,মাথোঁ তোমাৰ সুখৰ বাবে আজিকালি তোমাৰ লগত কথা পতা বন্ধ কৰি দিছোঁ
প্ৰতিশ্ৰুতিবোৰ পাহৰা নাই মই তথাপিও আঁতৰি আহিছোঁ তোমাৰ পৰা কাৰণ মই তোমাৰ বাবে আমনি হব নিবিচাৰোঁ
যেতিয়া দুখবোৰ জোখতকৈ বেছি হৈ যায় তেতিয়া মানুহে কন্দিবলৈ এৰি দিয়ে
যি গুৰুত্ব নিদিয়ে তেওঁৰ বাবে ইমান গুৰুত্ব কিয়?
যি কেতিয়াও ঘূৰি নাহে তেওঁৰ বাবে ইমান অপেক্ষা কিয়?
যাক কেতিয়াও পাব নোৱাৰি তেওঁৰ লগতে ইমান ভালপোৱা হৈ যায় কিয়?
নাজানো কেতিয়াও তোমাক নাপাওঁ বুলি জানিও আজিও তোমাক কিও ইমান ভালপাও......
নাজানো কিয় কেতিয়াও তুমি মোৰ নোহোৱা বুলি জানিও তোমাক হেৰুৱাবলৈ ভয় কৰোঁ
আজিও তোমাক বহুত ভাল পাওঁ ও
এটা কথা জানিবা বেছি হাঁহি থকাজন বা বেছি কথা কোৱাজন যেতিয়া একেবাৰেই স্তব্ধ হৈ যায় তেওঁ হৃদয়ত বহুত দুখ পাইছে ......
তোমাক ঘূৰি আহিবলৈ কেতিয়াও নকওঁ অ হয় মই এতিয়াও তোমাক ভালপাও কিন্তু এতিয়া আৰু তোমাক নিবিচাৰোঁ কাৰণ এতিয়া তুমি আনৰ হৈ গৈচা যত আছা সুখত থাকা সেইটোৱেই বিচাৰোঁ ....
মোৰ দুখবোৰ ❤༒.₣ℜєє☆•₣Ꭵℜє.☆ℒℴvℯℜ☆ᵝᵒᵞ࿐✿_________▄██✿███▄
_______ ▄██▀██████▄
______██▀__███▒████
_____██____███░░ٮ░▀
______██____██░░░░░
_______██____ ██░░♥ _ (❀✿❀)
________ █_____ █▒ ___ (✿ ☼ ✿)
_________█ ___▓▓░▓___ (❀▐ ❀)
____█❀ _█_ ▓▓▓▒░▒▓__█_▐__▄
_____▀█▀_ ▓▓_▓▓▒░▒▓ ▀█▐_█
_________▓▓_▓▓▓▓▓▓____ ▐▀
_________▓▓_▓▓▓▓▓______▐
_______ ▓▓__▓▓▓▓_▓▓____▐░
______ ▓▓__▓▓▓▓▓___▓___▒▒
_____ ▓▓_▓███❋██▓__▓▓▓
___▒▒___▓██▒███▒▓
___░___▓██▒███▒██▓
______▓██▒███▒███▒▓
_____▓██▒███▒███▒██▓
_____▓█▒███▒███▒███▒▓
▓___▓▓▓▓▓▓▓▓▓▓▓▓▓▓▓▓▓
▓________▒░░░▒░░░▒
▓________▒░░░▒░░░▒
▓________▒░░▒_▒░░░▒
▓________▒░░▒__▒░░░▒
▓________▒░░▒__ ▒░░░▒
▓________▒░░▒__▒░░░▒
▓________▒░░▒▒░░░▒
▓▄▄▄▄▄▄▒░░▒░░▒
▓██████▒░░▒▒
▓_█❤█___███
▓███____ ███
▓█_______███
▓________██❥█
▓________██▀██▄
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 08, 2023 | 224 | +26 | +13.2% |