কেহাই কাই on Clubhouse

Updated: Aug 4, 2023
কেহাই কাই Clubhouse
75 Followers
128 Following
@gharfaliya Username

Bio

★বিচাৰিব বাদ দিলোঁ‚ কাৰণ যি বিচাৰিছিলো সকলো আগতেই হেৰুৱালো ‽💔❤‍🔥❤‍🩹

তাই চন্দ্ৰৰ দৰে কোনেও তাইক স্পৰ্শ কৰিব নোৱাৰে।
আৰু তাইৰ প্ৰেমিকসকল তাৰকাৰ দৰে কোনেও সেইবোৰ গণনা কৰিব নোৱাৰে

অকলশৰীয়া
হোৱাৰ অৰ্থ এইটো নহয়!
মই অকলশৰীয়া,
ইয়াৰ অৰ্থ হৈছে
"মই যথেষ্ট শক্তিশালী"
যিকোনো পৰিস্থিতিতে
নিজে
নিজক
চম্ভালি লওঁ।।

"""স্বাধীন তুমি""""

আপোনপাহৰা হৈ ভালপাব নালাগে মোক..
যদিহে নোৱাৰা সহিব ইয়াৰ অক্লান্ত শোক..

নালাগে দিব ওখ প্ৰতিশ্ৰুতিৰ পাহাৰ..
মাথো ৰাখিবা অটুত প্ৰতি মোৰ ব্যৱহাৰ...

হাত কাটি নালাগে দিব ভালপোৱাৰ প্ৰমাণ..
সজল তোমাৰ দুচকুতেই পাঁও মই তাৰ উমান..

নালাগে কটাব উজাগৰি ৰাতি মোৰ অভিমানত..
তাৰে বেদনাত ঝংকি উঠিব দুখৰ সুৰ এটি প্ৰাণত..

নালাগে লব অনুমতি প্ৰতিটো ক্ষেত্রতে মোৰ..
মাথো এবাৰ মাত্র জনাবা..
তাতেই পৰিব তোমাৰ মৰমে আকলুৱা হিয়া মোৰ জোৰ..

তোমাৰ হৈ আছো ,তোমাৰেই হৈ ৰ'ম..
দুখৰে ৰ'দতে ছাঁ হৈ থিয় হ'ম...

কেতিয়াবা যদি তোমাৰ এনে ভাৱ হয় যে এই পৃথিৱীত বেছিদিন নাথাকো আৰু মই..
তেনে হলে তিলমানো তুমি নকৰিবা ভয়..
কাৰণ..

তোমাৰ আত্মবিশ্বাসক চুমি..হৃদয়ত চাবা জুমি..
মোকেই পাবা তুমি...।।

তোমাৰ বাবেইতো মই..
আৰু তুমিও জানো মোৰ নহয় !!!

✍ gharfaliya

Member of

More Clubhouse users