মদ বেছি প্ৰিয় নে আপুনি বুলি নুসুধিব, মই বটলটো শেষ কৰিহে উত্তৰ দিম, মদ বুলি। কাৰণ আপুনি নাৰী, গতিকে উৰণীয়া মদ আৰু মোৰ মৃত্যু পৰ্যন্ত এক অটুট সম্বন্ধ Cheers জীৱনত যি এবাৰ ত্যাগ কৰিছোঁ তাক পুনৰ কেতিয়াও উভতি চোৱা নাই,এয়া অহংকাৰ নহয় স্বাভিমান।