RJ_Emon . on Clubhouse

Updated: Nov 4, 2023
RJ_Emon . Clubhouse
960 Followers
159 Following
@emonanuragdutta Username

Bio

সপোনবোৰ নিশা ৰচিবলৈ ভাল।
সপোনবোৰে নিশা হ'লেই জীপাল হৈ উঠে...
সেইয়ে মইয়ো নিশা সপোন দেখিছিলোঁ। দিঠকলৈ পৰিণত হোৱাৰ আগেয়েই সকলো আঁ‌তৰি গ'ল...



হৃদয়ত আঘাত দিয়া প্ৰতিজনৰ পৰাই মাফ ভিক্ষা মাগিছোঁ। নাজানো, আৰু কিমান দিনলৈকে বা মই নোহোৱা হৈ যাওঁ...
এনেকৈ থাকোঁতেই যদি হঠাৎ এদিন কাল ধুমুহাই মোৰ জীৱনৰ চাকিটি নুমুৱাই গুচি যায়...


সকলোলৈকে মৰম আৰু ভালপোৱা দি গ'লোঁ‌। যাবৰ সময়ত কৈ যাওঁ,

"বিশ্বাস কেৱল নিজক কৰক, আনক নহয়😊"

মোৰ শেষকৃত্যত হাঁ‌হি আঁ‌ৰি আহিবি, কাৰণ হাঁ‌হি মোৰ প্ৰিয় অলংকাৰ😊❤️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 04, 2023 960 +26 +2.8%
October 09, 2022 934 -40 -4.2%
August 15, 2022 974 +50 +5.5%
July 09, 2022 924 +198 +27.3%
June 02, 2022 726 -27 -3.6%
April 25, 2022 753 -7 -1.0%
March 18, 2022 760 -17 -2.2%
January 19, 2022 777 -12 -1.6%
December 13, 2021 789 +97 +14.1%

Charts

Member of

More Clubhouse users