আধৰুৱা এটি কবিতা হৈয়ে আহাঁ🥀🖤 দিগন্তৰ পৰা শব্দ ধাৰে লৈ সম্পূৰ্ণ কৰি তুলিম তোমাক কথা দিলোঁ 🥀🌼 কবিতা লিখি ভাল পাওঁ কিন্তু কবি নহয় 🙂🥀🌺 তুমি লাগিলে অলপ দেৰিকৈ আহাঁ কিন্তু শেষলৈকে মোৰ হতে থাকা 🌼 সাপেখাতি 🏡 চৰাইদেউ 💕