জাজাবৰ দীপ on Clubhouse

Updated: Jan 21, 2024
জাজাবৰ দীপ Clubhouse
159 Followers
144 Following
@dipaktairai Username

Bio

Sivasager nazira🏘
জীৱন জিন্দাবাদ,❤️😍
সুখী হ'ব পৰাকৈ এগালমান কিবা কিবি প্ৰয়োজন নাই আমাক।। বিচাৰিব জানিলে ৰাতিৰ অন্ধকাৰ খিনিৰো নিজা সৌন্দৰ্যতা আছে।
টকা পইচা বুলি মানুহে দৌৰোতে দৌৰোতে নিজৰ জীৱনটো জীয়াবলৈ পাহৰি গৈছে। social media ত দেখা মানুহৰ লাইফ বোৰ প্ৰকৃত জীৱন নহয়। জীৱনতো ইমান সহজ নহয়। আজিৰ দিনত সম্পৰ্কবোৰ মাথো নামৰ হৈ যাব ধৰিছে। সকলো স্বাৰ্থপৰ। নিজৰ জীৱনৰ জটিলতা আঁতৰ কৰিবলৈ আনৰ জীৱন লগত খেলা কৰিবলৈ ১ ছেকেণ্ডৰ বাবেও নাভাবে কোনেও। মুঠতে মই আৰু মোৰ মাজত ৰৈ গৈছে সকলো।। আজিকালি সেইদিন গ'ল যত গোটেই মিতিৰ কুটুম একেখন থালিত ভাত খোৱাৰ দৰে আছিল। আজিকালি সম্পৰ্কবোৰ টকা পইছাৰে জোখা হ'ল মানুহবোৰে। তেজ- মঙহৰ সম্পৰ্কত ঘূণে ধৰিব লাগিলে। সকলোকে মাথো এটা লাগে মোৰ আনতকৈ বেছি হওঁক, মোৰ???? পাৰিলে আনৰ ভাগৰ খিনিও মোৰ কেনেকে কৰিব পৰা হয় আজিৰ মানুহৰ চিন্তা এইয়া।। মানুহবোৰ ডিগ্ৰী লৈ উচ্চ শিক্ষিত হলেই নহ'ব যদি মানসিকতা, চিন্তাধাৰা নিম্ন মানৰ হয়।।
এই যে মোৰ বোলা স্বাৰ্থটো সোমাই গ'ল তাতেই শেষ সকলো।।। শেষ সকলো সম্পৰ্ক।।

জীৱনতো থাকিব কেইদিন ।।কি লৈ যাব লগত , সকলো থৈ যাব লাগিব জেগাত। আনৰ পৰা আৰু কেনেকৈ কাঢ়ি খাব পাৰি সেইটো ভবাত কে নিজৰ দমত সকলো কৰি থৈ যাওঁক, যাতে বেলেগৰ বাবে আদৰ্শ হৈ ৰয়।।। আনে আপোনাৰ ভালটো লৈ চিৰদিন প্ৰশংসা কৰিব পাৰে।।।ল'ৰা - ছোৱালী কেইটাক ইমানটো শিক্ষাৰে শিক্ষিত কৰি তোলক যাতে নিজে সকলো কৰি খাব পাৰে।। নিজে যিখন স্বাৰ্থপৰ পৃথিৱীত জীয়াই আছে সিহঁতৰ বাবেও একেই বোৰ দেখাই নাযাব।।। জীৱনতো জটিলতা বোৰত ওলাব নোৱাৰিব এনেকৈ যদি চলি থাকিবলৈ হয়।
সম্পৰ্কবোৰৰ মান ৰাখিবলৈ শিকাওক সিহঁতক।।। জীৱনটো সহজ ভাৱেই জীয়াবলৈ শিকাওক।।। মোৰ বোলা স্বাৰ্থটো সিহঁতৰ মনত সোমাই নিদিব।।। আপোনাৰ bestfriend ৰ ঘৰত গৈ গৈ সময় পাৰ কৰা সলনি, ককা আইতা, নিজৰ পৰিয়ালৰ মানুহৰ ঘৰলৈ লৈ যাব। ধনী বুলি যায়, দুখীয়া ঘৰলে নাযায় সেইবোৰ nihikabo।।। বৰঞ্চ সকলোতে সমান চকুৰে চাবলৈ শিকাব।। Santa Claus ৰ dress যোৰ আনি যেনেকৈ পিন্ধাই , চুৰিয়া- গামোচা খন লৈ নামঘৰত সোমাবলৈ শিকাব।।। খুব জটিল কৰি নহয় সহজে জীয়াই থাকক।।।। জীৱনটো জীয়াই থকাৰ আনন্দ নিজে নিজে ঘুৰি আহিব ।।

Member of

More Clubhouse users