Dikshita Boruah on Clubhouse

Updated: Sep 18, 2023
Dikshita Boruah Clubhouse
210 Followers
57 Following
@dikshi13 Username

Bio

লক্ষীমপুৰীয়া মই...❤️
একাজলি দুখ দিয়া এটা কবিতা উপহাৰ দিম তোমাক....❤️
কবিতা লেখিব পৰাকৈ কবি নহয় মই.. 🥀
অনুভৱ বোৰ বগা পৃষ্ঠাত আখৰে তুকি ৰাখিবলৈ চেষ্টা কৰোঁ..🌺🥀
মোৰ অনুভৱৰ দুনীয়াত ম‌ইয়ে ৰাণী..❤️
আজন্ম প্ৰেমিক মই তোমাৰ...
মৌন হৃদয়ৰ কথোপকথন তোমাৰ আৰু মোৰ মাজত...
হৃদয়ৰ একোণত হোৱা বিষটো বুকুৰ মাজেৰে উজাই আহি ভাষাহীনতাত চাৰিচকুৰ মিলনৰ সংকেত সেয়া...সেউজীয়া মাজত আমাৰ প্ৰেমৰ view point বিচৰাৰ হাবিয়াস আছিল ।
বসন্ত প্ৰথম জাক বৰষুণ শেষ টোপাললৈকে উপভোগ কৰিছিলো আমি....
মই নজনাকৈ হৃদয়ৰ একোণত তোমাক সজাইছিলো ।
আহা একেটা পথৰে পথিক হ'ওঁ দুয়ো দুয়োৰে সাহস হৈ সপোনৰ ঠিকনা বিচাৰি যাওঁ।
বিচ্ছেদ ধুমুহাই হাওলাব নোৱাৰাকৈ মজবুত কৰা আমাৰ বিশ্বাসক ।।
✒ দিক্ষীতা বৰুৱা

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 18, 2023 210 -2 -1.0%
October 02, 2022 212 -3 -1.4%
August 11, 2022 215 +2 +1.0%
July 05, 2022 213 +3 +1.5%
May 29, 2022 210 -11 -5.0%
April 21, 2022 221 +27 +14.0%
March 14, 2022 194 +3 +1.6%
January 15, 2022 191 +2 +1.1%
December 09, 2021 189 +4 +2.2%

Charts

Member of

More Clubhouse users