প্ৰেম Vai on Clubhouse

Updated: Aug 24, 2023
প্ৰেম Vai Clubhouse
62 Followers
89 Following
@dhruba.sarma Username

Bio

1-চিত্ৰকাৰ নহয় মই
নহয় কাব্যিকতাত নিপুন,
তথাপি একাগ্ৰতাৰে সপোন দেখিছো---
হেঁপাহৰ বোকোচাত,
অনুভৱবোৰক সেউজীয়া কৰাৰ আশাত
সপোন দেখিছো নিৰবে----
সপোনটো আপোন কৰাৰ বিৰল চেষ্টা-----
তথাপি সপোন দেখো এটি হেঁপাহৰ--------
পাম জানো সুখৰ সঙ্গা...?

........


* প্রতিটো দিন প্রতিটো নিশা
তোমাৰ প্রেমত আত্মবিভোৰ হোৱা
মই এতিয়া মৃত সঞ্জীৱনী
কি ঐশ্বৰিক জীৱন সংগ্রাম
যাৰ বাবে জী উঠিছিল
হৃদয়ত অপূৰ্ব সান্নিধ্য
তেওঁৰ বাবেই আজি অৱৰুদ্ধ
তথাপিও প্রতিটো অমানিশা ঘূৰি ফুৰো
অৰ্থহীন প্রেমৰ সংজ্ঞা বিচাৰি......✍️

Member of

More Clubhouse users