Dhritiman Kashyap on Clubhouse

Updated: Mar 28, 2024
Dhritiman Kashyap Clubhouse
1.6k Followers
3.8k Following
@dhritimank Username

Bio

মই সাধৰণ ঘৰৰ এটি সাধৰণ লৰা অসমীয়া মোৰ প্ৰথম পৰিচয় সৰু সৰু অনুভৱ সৰু সৰু ঠিকনাআৰু সৰু সৰু কবিতাবোৰৰ মাজত এয়াইটোৱে মোৰ জীৱন 😊

শব্দ যদি সন্ধানী হয়
তেন্তে লক্ষ্য হ'বা তুমি...।😊

নদী আৰু ভালপোৱাৰ কোনো লক্ষণ নাথাকে নদীয়ে মাথোঁ বৈ যাবলৈ জানে আৰু ভালপোৱাই মাথোঁ ভালপাবলৈ হে জানে😊

অকল যুক্তিৰ মাজতে জীৱন আৱদ্ধ নহয়..।😊

কেতিয়াবা মান অভিমানৰ মাজতো জীৱনে সচাঁ বাট বিচাৰি লয় ...।😊

জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয় আপুনি যাক পাইছে জীৱনৰ শেষ মূহুৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটো হে ডাঙৰ কথা 😊

মইও কাৰোবাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰোঁ মই মোৰ সকলো কথাই মুকলি মনে কাৰোবাক প্ৰকাশ কৰিব খোজো ...মোৰ সুখ দুখ সকলো কিন্তু মই নোৱাৰোঁ!.মোৰ অতীতটোয়ে মোক বাধা দিয়ে ..মোৰ অতীত এটি কলা অধ্যায়...কাক বিশ্বাস কৰো মই কাকোকে মনত সহজতে সোমাই লব নোৱাৰোঁ চোন !😊আকৌ যদি আঘাত পাওঁ! কাৰণ অতিতে মোক আমনি কৰে ..😊মনত ঠাই পোৱাৰ পিছত মোৰ বাবে পাগল বুলি বুজোৱা জনৰ আচল মুখ..মোৰ সন্মুখলৈ আহিব আকৌ!😊
আকৌ এবাৰ জীয়াই জীয়াই মৰিব নোখোজো মই! 😊

সচা ভালপোৱাৰ প্ৰতিদান স্বৰূপে বিশ্বাসঘাটকতা উপহাৰ এইয়া আজিৰ যোগৰ প্ৰেম😊

প্ৰেমবোৰ প্ৰেম হয় জীয়াই থাকিব দিয়া ভালপোৱা বোৰ ভালপোৱা হৈ জীয়াই থাকিব দিয়া মৰমবোৰ মৰমীয়াল হৈ থাকক।😊

ভাললগা মানুহবোৰে ভালপোৱাৰ গল্প কৈয়ে আতৰি যায় 😊

সত্যৰ পথত গলে সত্য কথাথ মাত মাতিলে আনৰ চকুত সেইদিনাৰ পৰা তুমি বেয়া হবা 😊

সত্য আৰু স্পষ্ট বাদি কথা কব ভয় নকৰিবা হাজাৰ জনৰ মাজৰ ১০ জন হ'লেও তোমাক ভাল পাব😊 সহজোগ কৰিব...😊 অন্যায়ৰ বাবে মাত মাতাৰ সাহক কেতিয়াও দলিয়াই নেদিবা ..😊

সম্পৰ্ক বোৰ আতৰি যাবলৈ হৈ নেকি!... ভালপোৱা বোৰ অভিমান হৈ থাকিবলৈ দিয়া ...😊🤍

অনুভৱে কয় সম্পৰ্ক বোৰ চাগে কাহিনী বা গল্পতেই ভাল লাগে...😊

সম্পৰ্কবোৰ সম্পূৰ্ণ হলে ভাল লাগে ..আধাটো কেতিয়াবা জীৱনটোও হৈ পৰে 😊

মা দেউতা তোমাৰ প্ৰথম শিক্ষাগুৰু যিয়ে তোমাক এই সুন্দৰ পৃথিৱীখন উপহাৰ দিছে মা দেউতাক কেতিয়াও কাৰো বাবে দুখ নেদিবা সেইয়া লাগিলে তোমাৰ জীৱন সংগীয়ে হওক..বা আন কিবায়ে হওক. .😊

জীৱন মানে দুখ সংঘাত . সকলোৱে পাবা নিজৰ জীৱনটো আনৰ বাবে মূল্য নহলেও তোমাৰ বাবে মূল্য তোমাৰ মা দেউতাৰ মূল্য তুমি ..😊

অভিমানবোৰ একো একোটা অযুহাত😊

আনৰ হাহিতে হাহি আৰু আনৰ দুখতে দুখী আনৰ সুখতে সুখী হৈ থাকি ভাল লাগে মোৰ😊

জুবিন দা মোৰ বাবে অনুৰাগীয়ে নহয় তেওঁ মোৰ বাবে জীৱনও হয়... জুবিন দাৰ প্ৰতিটো গীত মোৰ বাবে প্ৰাণ হৈ উঠে..জয় জুবিন দা ..😊

সৌন্দৰ্য আৰু টকা অৱিহনে পৃথিৱীত কাৰোৰে ওচৰত মূল্য পোৱা নাযায়😊

অসমীয়া গীত ভালপোৱা ল'ৰাটো 😊

❤️ জুবিন গাৰ্গ অনুৰাগী সংঘ ❤️

🎂28 September🎂

Video Creator / Blogger

🚩 Jai Shree Ram 🚩

📍Lives in - Guwahati 🇮🇳📍
📍From- North East - Assam 🇮🇳📍
📍India 🇮🇳📍

🙏জয় আই অসম🙏
🇮🇳Jai Hind 🇮🇳

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 28, 2024 1,682 +26 +1.6%
March 11, 2024 1,656 +105 +6.8%
February 18, 2024 1,551 +75 +5.1%
January 31, 2024 1,476 +52 +3.7%
January 14, 2024 1,424 +841 +144.3%
October 02, 2022 583 +13 +2.3%
August 10, 2022 570 -6 -1.1%
July 05, 2022 576 -15 -2.6%
May 28, 2022 591 +2 +0.4%
April 20, 2022 589 +42 +7.7%

Charts

More Clubhouse users