Chayanika Bharali on Clubhouse

Updated: Sep 5, 2023
Chayanika Bharali Clubhouse
170 Followers
94 Following
@chayanikabhara Username

Bio

❤️❤️😍ছায়া --
---হৈ আহা‌
এবাৰ ----
কাষৰলে --দীঠকত --নালাগে ---
-----আহিবলে 🌹 🌹❤️❤️



___একপক্ষীয়__
একপক্ষীয় ভালপোৱা আঁৰত তুমি জানো মোৰ হ'বা। নাই; নালাগে তুমি মোৰ হ'বলৈ।
তোমাক পোৱাৰ হেঁপাহ মোৰ নাই, কিন্তু তোমাক হেৰুৱাব নুখুজো। তুমি matured , মই নহয়।তুমি মোৰ সম্পূৰ্ণ বিপৰীত।তুমি কথাৰ মূৰত কথাটো কোৱা আৰু মই অনৰগল বকি যাওঁ।তথাপিও তোমাৰ ওচৰত মই মৌন।
মোৰ অচিজিল জীৱনতো চিজিল লগাবলৈ তোমাৰ দৰে এজনক বিচাৰোঁ।😊
"জানো তুমি মোৰ নোহোৱা বুলি"😌
ঐ মনত আছে নে তোমাৰ , তুমি যে মোক কৈছিলা ,"মৰমবোৰ মৰম হৈ থাকিব দিয়া, সম্পৰ্ক ৰ নাম নিদিবা ,মৰমবোৰৰ ঠেহ লাগে , সম্পৰ্ক বোৰ ভাঙে । মই কি ভাবিলো জানা,তুমি মোক লৈ কৈছা বুলি। তুমি কলা বৰষা বাৰ dialogue মাৰিছো হৈছে নে ।😊
মই জানো তুমি মোক লৈ একো অনুভৱ নকৰা বুলি । যি কি নহওঁক বন্ধুত্ব ই হ ওঁক তুমি যে আছা মোৰ লগত মই তাতে সুখী ,😍

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 05, 2023 170 -2 -1.2%
October 27, 2022 172 -1 -0.6%
August 24, 2022 173 -3 -1.8%
July 18, 2022 176 +1 +0.6%
May 04, 2022 175 +1 +0.6%
March 27, 2022 174 +1 +0.6%
December 22, 2021 173 +55 +46.7%

Charts

Member of

More Clubhouse users