POPIYA MAN on Clubhouse

Updated: Aug 3, 2023
POPIYA MAN Clubhouse
22 Followers
30 Following
@chawodang Username

Bio

🥵🥵🥵🥵🥵🥵🥵🥵🥵🥵
এক সঁচা মায়াময় প্ৰেমৰ কাহিনী
🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺

আমি এই প্ৰেমৰ ময়ানগৰী পৃথিৱী খনত সকলোৱে এটি আশা লৈ আহে। ভূলতে সেই পৃথিৱী খন ময়ানগৰী বুলি পাহৰি তাত আমি প্ৰেম নামৰ এখন সাগৰত ডুব খাই জাও। প্ৰথমে সেই প্ৰেমৰ সাগৰ খনত হাতুৰী ভাল লাগে কিন্তু এনেকুৱা এটা সময় আহে যেতিয়া সাগৰ খনে তোমাক ডুবাই পেলায়। যেতিয়া তাৰ পৰা উলাই আহিবলৈ বহুত কষ্ট হয় আৰু প্ৰেমৰ সেই ভয়ানক আৰু মিছা প্ৰতিশুৰ্তি বোৰ মনত আহে। অকল মিছা অভিনয় বোৰ তোমাৰ হৃদয় ত ভাঁহি উঠে। যিয়ে তোমাক সেই ময়াময় প্ৰেমৰ পৃথিৱী খনৰ পৰা একেবাৰে শেষ কৰি দিয়ে। যাৰ পৰা তোমাৰ অন্তৰ আত্মাও শান্তি নাপায়।
Love 💕 Is A big Drama 🥵 যিয়ে তোমাক শেষ কৰি দিব।

Member of

More Clubhouse users