জীৱনটো গতানুগতিক ভাবে কটাই নহয়, ইয়াৰ প্ৰতিটো মূহুৰ্ত সমান উৎসাহেৰে উৎযাপন কৰিব বিচাৰো। নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে গোপনে এখন যুদ্ধৰ আয়োজন চলাইছো। এইয়া নিজেই নিজৰ বিৰুদ্ধে ঘোষিত কৰা যুদ্ধৰ আৰম্ভণিহে মাথো। নিজক জানিবলৈ, বুজিবলৈ এতিয়াও বহুত বাকী। জীৱন যুঁজত জয়ী হবলৈ সকলো শক্তি জাগ্ৰত কৰি ৰাখিছো, ৰাখিবই লাগিব। কাৰন- “মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই…!”
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
November 07, 2023 | 53 | -2 | -3.7% |
October 09, 2022 | 55 | +2 | +3.8% |
July 09, 2022 | 53 | +1 | +2.0% |
June 02, 2022 | 52 | -3 | -5.5% |
March 18, 2022 | 55 | +1 | +1.9% |
December 13, 2021 | 54 | -1 | -1.9% |