Biki Rezwan on Clubhouse

Updated: Jul 27, 2023
Biki Rezwan Clubhouse
13 Followers
51 Following
@bikirezwan01 Username

Bio

মানুহে অতীতৰ পৰাই নিজৰ সুখ, দুখ বোৰ , মনৰ অনুভৱ বোৰ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। পুৰণি কালৰ পৰা গীত, মাত, কবিতা, কাহিনী আকাৰে প্ৰকাশ কৰি আহিছে। সেই গীত মাত, কবিতা, কাহিনী আকাৰে আজিৰ দিনটো মানুহে ভাৱ বোৰ ব্যক্ত কৰি আহিছে যদিও নতুন digital যুগত নতুন মাধ্যম হৈছে social media যোগেদি দিয়া caption, status সমূহ। এনে caption, status সমূহৰ জৰিয়তে সহজে মানুহে নিজৰ মনোভাৱ, সুখ, দুখৰ মূহুৰ্ত সমূহ আনৰ আগত দাঙি ধৰিব পাৰে।
আপুনি এখন সুন্দৰ ফটো social media সমূহত যেনে facebook, instagram, whatsapp আদিত আপলোড কৰিলে হয়টো ইমান দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিব পাৰে। কিন্তু সেই ফটোখনৰ লগত এটা সুন্দৰ caption/ Status সংযোগ কৰিলে সহজে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
July 27, 2023 13 0 0.0%
March 14, 2022 13 -1 -7.2%
December 09, 2021 14 -1 -6.7%

Member of

More Clubhouse users